জনপ্ৰতিনিধিৰ যোগ্যতা নিৰূপণ কৰক

আমি প্রত্যেকেই যিকোনো চাকৰিত নিযুক্তি পোৱাৰ প্রাকমুহূৰ্তত একো একোটা যোগ্যতা নিৰূপণ পৰীক্ষাত অৱতীর্ণ হওঁ। যিজনে চাকৰিটোৰ বাবে নির্ধাৰিত কৰি দিয়া যোগ্যতা অর্জন কৰে, সেইজনকে বিভাগটোৰে চাকৰিত নিযুক্তি প্রদান কৰে। সেয়া উচ্চ পর্যায়ৰ পদবীয়ে হওক বা একেবাৰে নিম্ন পর্যায়ৰ পিয়ন, চকীদাৰৰ দৰে পদবীয়ে হওক। আই এ এছ, আই পি এছ, এ চি এছ আদি পৰীক্ষাত অৱতীৰ্ণ […]

গদাধৰ সিংহৰ দৰে এজন ৰজা লাগে

ৰেখা বৰগোহাঁই ইতিহাসৰ কম-বেছি পৰিমাণে জ্ঞান থকা সকলোৰে জানে যে অসম ৰাজ্য আৰু অসমীয়া জাতি গঠনত আহোমসকলৰ অৱদান অতুলনীয়। চাওলুং চুকাফাৰ নেতৃত্বত অহা দলটি ১২২৮ খ্রীষ্টাব্দত সৌমাৰত প্রৱেশ নকৰা হ’লে হয়তো পৃথিবীৰ ইতিহাসৰ পাতত অসম ৰাজ্য আৰু অসমীয়া জাতি বুলি কোনো জাতি নাথাকিলেহেঁতেন। তেওঁলোকৰ অশেষ ত্যাগ, চেষ্টা, কষ্টৰ ফলত সৌমাৰত বসবাস কৰা জাতি-উপজাতিক একগোট কৰি, […]

উৰিয়ামঘাট সীমান্তত উচ্ছেদ চলাবলৈ সাজু হৈছে ৰাজ্যৰ চৰকাৰ

উৰিয়ামঘাট সীমান্তত উচ্ছেদ চলাবলৈ সাজু হৈছে ৰাজ্যৰ চৰকাৰ। দেখা গৈছে এক যুদ্ধ সদৃশ পৰিৱেশ। তাৰ বাবে লাইন লাইনকৈ সজাই থোৱা হৈছে বুলড’জাৰ। ৰাজ্যখনৰ অন্যান্য প্রান্তৰ পৰা ইয়ালৈ অনা হৈছে অসম আৰক্ষী আৰু অর্ধসামৰিক বাহিনী। অহা ২৯ জুলাইৰ পৰা উৰিয়ামঘাট সীমান্তৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ সৰু-বৰ ৩০খনকৈ গাঁৱত বসবাস কৰা বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ চলোৱা হ’ব। তাৰ বাবেই […]

লেংডন বাতৰিৰ উদ্যোগত আৰক্ষী বিষয়া ডঃ পাৰ্থসাৰথি মহন্তক বিশেষ সম্বৰ্দ্ধনা

লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত জন্ম হোৱা সাপ্তাহিক লেংডন বাতৰি আৰু লেংডন বাতৰি পৰ্টেলৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অনবদ্য অৱদান আগবঢ়োৱা ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিলৈ “লেংডন বাতৰিৰ বিশেষ সম্বৰ্দ্ধনা ২০২৫” প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । সেই সিদ্ধান্তৰ অংশ হিচাপে যোৱা ২৫ জুলাইত লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোহাঁই, লেংডন বাতৰিৰ মুখ্য সম্পাদক […]

মোক সহায় কৰক,প্লিজ–বন্ধ কোঠাৰ পৰা বলিউডৰ মোহময়ী অভিনেত্ৰী আৰ্তনাদ।

এসময়ত বলিউদ তথা টলিউদত খলকনি সৃষ্টি কৰা তনুশ্ৰী দত্তক হয়তো চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। মি টু আন্দোলনৰ সূচনা কৰা এই মোহময়ী অভিনেত্ৰীগৰাকী বলি হৈছে গাহ্যস্থ হিংসাৰ। এই কথা নিজে এটা ভিডিঅ প্ৰস্তুত কৰি সামাজিক মাধ্যমত ৰাজহুৱা কৰিলে অভিনেত্ৰী তনুশ্ৰীয়ে। ইনষ্টাগ্ৰামত এটা ভিডিঅ আপলোড কৰি অভিনেত্ৰীগৰাকীয়ে বিচাৰিছে সহায়। ভিডিঅটোত তেওঁ কান্দি কান্দি সদৰি কৰিছে যে, […]

বৰ্তমান অসমৰ সংবাদ মাধ্যম আৰু সাংবাদিকতা

মানুহৰ অনুসন্ধিৎসু মনে সদায় দেশ বিদেশৰ খবৰ-খ্যাতি, ঘটনা বা নতুন নতুন কথা জানিবলৈ আগ্রহ প্রকাশ কৰে। সেই আগ্রহৰ ফলতে হয়তো এদিন বাতৰি কাকতৰ জন্ম হৈছিল। অৱশ্যে বাতৰি কাকত নথকা সময়তো ইঠাইৰ বাতৰি সিঠাইলৈ কটকী বা দূতৰ জৰিয়তে যোগান ধৰা হৈছিল। ছপাশাল আৰু কাগজ আবিষ্কাৰ হোৱাৰ পাছৰেপৰা বাতৰি কাকত প্রচলনৰ বাট মুকলি হ’ল। প্রথমে চীনতে বাতৰি […]

হিতাধিকাৰী বনাম গ্ৰাম্য অর্থনীতি

ৰেখা বৰগোহাঁই অসম অতীতৰে পৰা সুজলা-সুফলা, শস্য-শ্যামলা ৰাজ্য। ইয়াৰ উৰ্বৰ ভূমিয়ে কোনোদিনে কাকো নিৰাশ কৰা নাই। সেয়েহে এই ৰাজ্যত বাস কৰা সকলো লোক কর্মঠ, পৰিশ্রমী। দৈনন্দিন জীৱনত প্রয়োজন হোৱা প্রতিবিধ খাদ্য-সামগ্রী প্রত্যেক পৰিয়ালে উৎপাদন কৰি লয় আৰু প্রয়োজনীয় সাজ-পাৰো তৈয়াৰ কৰি লয়। কেইবছৰমানৰ আগলৈকে অসম আছিল এখন স্বনির্ভৰশীল ৰাজ্য। বিশেষকৈ ১৮২৬ চনত হোৱা ইয়াণ্ডাবু সন্ধিৰ […]

এটা বছৰ সম্পূৰ্ণ কৰিলে সাপ্তাহিক লেংডন বাতৰি কাকত আৰু লেংডন বাতৰি পৰ্টেলে

লেংডন বাতৰিৰ “বিশেষ সম্বৰ্ধনা” ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিলৈ অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ৰাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত এক গাম্ভিৰ্যপূৰ্ণ অনুষ্ঠানত আগবঢ়োৱা হয়। উল্লেখযোগ্য যে লেংডন ফাউণ্ডেশ্যনৰ উদ্যোগত ” দেশ জাতি আৰু নৱপ্ৰজন্মৰ বাবে উৎসৰ্গিত” মূলমন্ত্ৰক সৰোগত কৰি যোৱা ২০২৪ বৰ্ষৰ মে’মাহত জন্ম হৈছিল সাপ্তাহিক লেংডন বাতৰি কাকত আৰু লেংডন বাতৰি পৰ্টেলৰ। দুয়োটা অনুষ্ঠানৰে প্ৰথম […]

জিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়াৰ অধ্যয়নঃ ধুবুৰীৰ চান্দৰডিঙা পাহাৰত লোৰ আকৰৰ ভঁৰালৰ সন্ধান লাভ

খাৰুৱা তেল, খনিজ সম্পদৰে চহকী অসমৰ ভূগৰ্ভ যে অমূল্য ৰত্নৰে ভৰপূৰ সেই কথা পুনৰ এবাৰ প্ৰমাণ হ’ল জিঅ’লজিকেল পটেনচিয়েল অৱ নৰ্থ ইষ্ট ইণ্ডিয়াই চলোৱা এক অধ্যয়নত প্ৰমাণিত হৈছে। খাৰুৱা তেল, চূণ শিল, কয়লা আদিকে কৰি খনিজ সম্পদৰে চহকী অসমৰ ভূ-গৰ্ভত এইবাৰ লোৰ আকৰৰ উপস্থিতিৰ সন্ধান পোৱা গৈছে। তথ্য অনুসৰি ধুবুৰী জিলাৰ চান্দৰডিঙা পাহাৰত অতি মূল্যবান […]

অসমীয়াই নিজক চিনাৰ সময় সমাগত

ৰেখা বৰগোহাঁই তাহানিতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে ” আমি অসমীয়া নহওঁক দুখীয়া, কিহৰ দুখীয়া হম, সকলো আছিল সকলো আছে,নুবুজো নলওঁ গম।” সৌ সিদিনা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাও গীতৰ জৰিয়তে সকিয়াই গৈছে -” আমি অসমীয়া নহও দুখীয়া বুলি সান্ত্বনা লভিলে নহ’ব , আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।” সচাঁকৈয়ে আজি অসমীয়াই এনে কথাবোৰ কিমান […]