‘লিচু উৎসৱ-২০২৬’, ডুবাই-ছিংগাপুৰলৈ তেজপুৰৰ লিচু…

 ঊষানগৰী তেজপুৰত শনিবাৰে উৎসৱমুখৰ পৰিৱেশৰ মাজতে আৰম্ভ হ’ল দুদিনীয়া ‘তেজপুৰ লিচু উৎসৱ- ২০২৬’ৰ । বিশ্বজুৰি খ্যাতি অৰ্জন কৰা তেজপুৰৰ লিচুক অধিক বিস্তাৰ, কৃষকক উৎসাহিত কৰা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে অধিক সংযোগ স্থাপনৰ লক্ষ্যৰে আয়োজন কৰা এই উৎসৱত ব্যাপক জনসমাগম পৰিলক্ষিত হয় । উল্লেখ্য যে, দেওবাৰে তেজপুৰ লিচু বিদেশলৈও ৰপ্তানি কৰাৰ লগতে দেশৰ প্ৰধামন্ত্ৰীৰ কাৰ্যালয়লৈ ১০০পেকেট […]

অসম বিধানসভাত সমৰূপ নাগৰিক সংহিতাৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন এনডিএ বিধায়কৰ

অসম বিধানসভাত সমৰূপ নাগৰিক সংহিতাৰ সমৰ্থনত যুক্তি প্ৰদৰ্শন এনডিএ বিধায়কৰ

অসম বিধানসভাৰ অধিৱেশনত উমৈহতীয়া দেৱানী বিধি, অসম বিধেয়ক ২০২৬ (সমৰূপ নাগৰিক সংহিতা) সন্দৰ্ভত বিতৰ্ক চলি আছে । তাৰ মাজতে বিধানসভাত এনডিএ বিধায়কসকলে দাবী কৰে যে দুদিন পূৰ্বে সদনত উত্থাপন কৰা এই বিধেয়কখনে মহিলাৰ অধিকাৰ সুৰক্ষিত কৰিব বিচাৰিছে । ই কোনো ধৰ্ম বা ধৰ্মীয় প্ৰথাৰ বিৰোধী নহয় বুলিও দাবী কৰিছে শাসকীয় পক্ষৰ বিধায়কসকলে । বিধায়কসকলে প্ৰস্তাৱিত […]

সদনত থিয় হৈ প্ৰতিবাদ অখিল গগৈৰ: তালিকা দিলে মূল্যবৃদ্ধিৰ

গুৱাহাটী: অসম বিধানসভাৰ অধিৱেশনৰ শুকুৰবাৰে দ্বিতীয়দিনা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদৰ ভাষণেৰে সদন আৰম্ভ হয় । ৰাজ্যপালে ভাষণ আৰম্ভ কৰাৰ লগে লগে মূল্যবৃদ্ধিৰ প্ৰসংগক লৈ সৰৱ হৈ পৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈ । আনহাতে, মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই কংগ্ৰেছ বিধায়িনী দলে সদন ত্যাগ কৰি বিধানসভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । কিন্তু বিধায়ক অখিল গগৈয়ে সদনত […]

আজি কালী পূজা-দীপাৱলী

আজি কালী পূজা আজিৰ দিনটোতেই পালন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী পোহৰৰ উৎসৱৰ উপলক্ষে মহানগৰীৰ বজাৰতো উপলব্ধ হৈছে মাটিৰ চাকি, কলগছ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ বিষাদৰ মাজতো পোহৰৰ উৎসৱৰ প্ৰস্তুতি ৰাজ্যবাসীৰ দীপাৱলীত আতচবাজিৰ পৰিৱৰ্তে পোহৰৰ উৎসৱত গুৰুত্ব দিছে ৰাজ্যবাসীয়ে পোহৰৰ উৎসৱৰ উপলক্ষে মহানগৰীৰ বজাৰতো উপলব্ধ হৈছে মাটিৰ চাকি, কলগছ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত দগ্ধ […]

কঙালীও হ’ব পাৰে ভোগালী

ৰেখা বৰগোহাঁই অসমীয়াই উদযাপন কৰা তিনিটা কৃষিভিত্তিক উৎসৱ বিহুৰ এটা অন্যতম হৈছে কাতি বিহু।কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। কাৰণ আহিন- কাতি মাহত অসমীয়া মানুহৰ ধানৰ ভঁৰাল প্ৰায়ে উদং হয়। বছৰটোলৈ কৰা খেতিৰ পৰা পোৱা ফচল এই দুমাহত উদং হোৱাৰ ফলত অসমীয়াই বহু বেছি আয়োজন কৰি বিহুটো পালন কৰিব নোৱাৰা কাৰণেই কাতি বিহুক কঙালী […]

এজোপা বিস্ময়কৰ গছ – বাখৰ বেঙেনা

–ৰেখা বৰগোহাঁই শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত বকতা মৌজাৰ মধ্যভাগত এজোপা অতি বিস্ময়কৰ তথা ৰহস্যজনক গছ আছে ।নাম ‘বাখৰ বেঙেনা’ গছ। শিৱসাগৰ সদৰৰ পৰা ইয়াৰ দূৰত্ব প্রায় ২৫ কিলোমিটাৰ। বৰ্তমান এই গছজোপাৰ বিষয়ে নুশুনা লোক খুব কমেই ওলাব। বাখৰবেঙেনা এজোপা চুটি-চাপৰ, কাঁইটীয়া গুল্মজাতীয় উদ্ভিদ। সাধাৰণতে বেঙেনা বুলি কওঁতে আমি যিবিধ গছৰ বিষয়ে জানো সেইবিধ […]

জুবিন গাৰ্গৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ

জুবিন গাৰ্গৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰCJM আদালতলৈ লৈ যোৱা হৈছে দুই PSOকআজি চতুৰ্থ দিনৰ বাবে SITৰ জেৰাৰ সন্মুখীন হৈছিল জুবিন গাৰ্গৰ দুয়োগৰাকী PSOইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল দুয়োকেনন্দেশ্বৰ বৰাৰ একাউণ্টৰ পৰা ৭০ লাখ টকা আৰু পৰেশ বৈশ্যৰ একাউণ্টৰ পৰা ৪০ লাখ টকাৰ লেনদেন পাইছিল SITএগ্ৰেপ্তাৰৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

তাই আহোমসকলৰ সামাজিক নিয়ম

ৰেখা বৰগোহাঁই চাওঁলুং ছ্যুকাফাৰ নেতৃত্বত এদল তাই লোক ১২২৮ খ্ৰীঃত নতুন ৰাজ্যৰ গঢ়াৰ উদ্দেশ্যেই সৌমাৰত প্ৰৱেশ কৰিছিল। সেইসময়ত তেওঁলোক আছিল এটা স্বতন্ত্র জাতি। তেওঁলোকৰ আছিল পৃথক ভাষা, সভ্যতা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু ধৰ্ম। সৌমাৰত নতুন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছত তাইসকলে দিয়া-লোৱাৰ প্ৰথা গ্রহণ কৰিছিল। ফলত লাহে লাহে তেওঁলোকে অসমীয়া সভ্যতা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ লগত মিলি যাবলৈ ধৰিলে। […]

ভগৱান গণেশক প্ৰতিষ্ঠাৰ সময়, শুভ মূহুৰ্ত কেতিয়া জানি লওঁক

প্ৰতিবছৰে গণেশ চতুৰ্থী উৎসৱ ভগৱান গণেশৰ জন্ম বাৰ্ষিকী হিচাপে অতি উৎসাহ আৰু আড়ম্বৰেৰে পালন কৰা হয়। এই উৎসৱ ১০ দিন ধৰি চলি থাকে। ভগৱান গণেশৰ মূৰ্তি স্থাপনৰ পৰা এই উৎসৱ আৰম্ভ হয়।প্ৰতিবছৰে গণেশ চতুৰ্থী উৎসৱ ভগৱান গণেশৰ জন্ম বাৰ্ষিকী হিচাপে অতি উৎসাহ আৰু আড়ম্বৰেৰে পালন কৰা হয়। এই উৎসৱ ১০ দিন ধৰি চলি থাকে। ভগৱান […]

লংকালৈ যিয়ে যায় সিয়েই ৰাৱণ হয়

ৰেখা বৰগোহাঁই অসমীয়াত এষাৰ আপ্তবাক্য আছে যে ‘লংকালৈ যিয়ে যায় সিয়েই ৰাৱণ হয়।’ আজিকালি কিন্তু সঘনাই এই বাক্যশাৰী বিভিন্ন ৰাজনৈতিক নেতা-পালিনেতা আৰু দল-সংগঠনৰ নেতা-পালিনেতাৰ ক্ষেত্ৰত খাপ খাই পৰা দেখা গৈছে। যদি কোনো এজন লোক কোনো ৰাজনৈতিক দলত যোগ দি ৰাজনীতিক হিচাপে স্বীকৃতি পোৱাৰ পাছত সেই লোকজনে নিজৰ ভৰিৰ তলৰ মাটি আৰু মূৰৰ ওপৰৰ আকাশখন চিনি […]

  • 1
  • 2