আমি বাৰু শিপা হেৰুৱাইছোঁ নেকি?

ৰেখা বৰগোহাঁই ‘শিপা’ যিমানেই গভীৰ আৰু মজবুত হয় সিমানেই এটা জাতিৰ আয়ুসৰেখা বৃদ্ধি পায়। শিপাৰ পৰা বিচ্ছিন্ন হ’লে শিপাহীন এটা জাতি অস্তিত্বহীন হৈ পৰে। আৰু অতি সোনকালে জাতিটো মৃত্যুমুখত পৰে। বিভিন্ন জাতি-ধর্ম-বর্ণ নির্বিশেষে গঢ় লৈ উঠিছে অসমীয়া বৃহৎ জাতি। বিভিন্ন ভাষা-ভাষী, বিশ্বাস-পৰম্পৰা, সাজপাৰ, ৰীতি-নীতি আদিৰে গঢ় লৈ উঠিছে অসমীয়া সমাজ। যুগ যুগ ধৰি দিয়া-লোৱাৰ প্ৰথাৰে, […]

সন্দেহ বৈবাহিক জীৱনৰ বৰবিহ

ৰেখা বৰগোহাঁই আমাৰ সমাজৰ সকলোবিলাক সম্পৰ্কৰ স্বামী-স্ত্ৰীৰ সম্পৰ্কটোৱে হ’ল আটাইতকৈ স্পৰ্শকাতৰ, ঠুনুকা আৰু সংবেদনশীল। এইটো সম্পৰ্কত এডাল সূতাৰ সমানো ব্যৱধান নাথাকে। মাথোঁ থাকে দুটা ভিন্ন শৰীৰৰ হ’লেও দুটা মন এক হৈ জীৱনৰ সকলো সময়তে আগবাঢ়ি যোৱাৰ সংকল্প। স্বামী-স্ত্ৰীৰ সম্পৰ্ক ইমানেই গভীৰ যে হাজাৰ কালধুমুহা আহিলেও ভাঙি-ছিঙি নাযায়, অথচ কেতিয়াবা ই ইমানেই ঠুনুকা হৈ পৰে যে […]

গভীৰ সংকটৰ গৰাহত অসমৰ ৩৭৪ বিধ দুষ্প্রাপ্য প্ৰাণীৰ প্ৰজাতি, জীৱ-বৈচিত্র্য পৰিষদৰ তালিকাত ভয়ংকৰ তথ্য

ভঁৰালস্বৰূপ তথা অনুপম প্ৰকৃতিৰ ৰম্যভূমি নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই-ৰূপাই অভয়াৰণ্যকে ধৰি সমগ্ৰ উত্তৰ অসমৰ কেইবাখনো সংৰক্ষিত বনাঞ্চলৰ অস্তিত্বৰ প্ৰতি অবাধ বেদখলে গভীৰ অসমৰ ৩৭৪ বিধ দুষ্প্রাপ্য প্ৰাণীৰ প্ৰজাতিলৈ সংকট নমাই আনিছে। একেদৰে ৰাজ্যৰ আন প্ৰান্ততো বন, জলাশয় আৰু পাহাৰ ধ্বংসযজ্ঞই জীৱকূলৰ প্ৰতি ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰিছে। অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ অকর্মণ্যতাৰ পৰিণতিত […]

অসমৰ এক চহকী কুটীৰ শিল্প, ক্ৰমাৎ বিলুপ্তিৰ দিশে জাপি শিল্প

অসমীয়া লোক সংস্কৃতিত জাপিৰ এক সুকীয়া পৰিচয় আছে। গামোচাৰ লগতে জাপিও অসমীয়াৰ বাবে আৱেগ আৰু জাপিৰ লগত আছে এক এৰাব নোৱাৰা সম্পর্ক। অসমীয়া কৃষিজীৱী লোকৰ এক সম্পদ হ’ল জাপি, যিয়ে খেতিপথাৰত ৰ’দ-বৰষুণৰ পৰা কৃষকক ৰক্ষা কৰি আহিছে। আধুনিকতাৰ পৰশ নোপোৱাৰে পৰা অসমৰ খেতিপথাৰৰ লগতে বিহু, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, আৰু ঘৰৱা সাজ-সজ্জাত জাপিৰ ব্যৱহাৰ হৈ আহিছে। […]

জনপ্ৰতিনিধিৰ যোগ্যতা নিৰূপণ কৰক

আমি প্রত্যেকেই যিকোনো চাকৰিত নিযুক্তি পোৱাৰ প্রাকমুহূৰ্তত একো একোটা যোগ্যতা নিৰূপণ পৰীক্ষাত অৱতীর্ণ হওঁ। যিজনে চাকৰিটোৰ বাবে নির্ধাৰিত কৰি দিয়া যোগ্যতা অর্জন কৰে, সেইজনকে বিভাগটোৰে চাকৰিত নিযুক্তি প্রদান কৰে। সেয়া উচ্চ পর্যায়ৰ পদবীয়ে হওক বা একেবাৰে নিম্ন পর্যায়ৰ পিয়ন, চকীদাৰৰ দৰে পদবীয়ে হওক। আই এ এছ, আই পি এছ, এ চি এছ আদি পৰীক্ষাত অৱতীৰ্ণ […]

অসমীয়াই নিজক চিনাৰ সময় সমাগত

ৰেখা বৰগোহাঁই তাহানিতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে ” আমি অসমীয়া নহওঁক দুখীয়া, কিহৰ দুখীয়া হম, সকলো আছিল সকলো আছে,নুবুজো নলওঁ গম।” সৌ সিদিনা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাও গীতৰ জৰিয়তে সকিয়াই গৈছে -” আমি অসমীয়া নহও দুখীয়া বুলি সান্ত্বনা লভিলে নহ’ব , আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।” সচাঁকৈয়ে আজি অসমীয়াই এনে কথাবোৰ কিমান […]

গৰমত কিদৰে নিজক সুৰক্ষিত ৰাখিব জানি লওঁক,,,

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। প্ৰচণ্ড গৰমত স্বাস্থ্যৱান হৈ থাকিবলৈ শৰীৰৰ বাবে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন। গ্ৰীষ্মকালত শৰীৰটো হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। শৰীৰটো হাইড্ৰেটেড কৰি ৰাখিবলৈ প্ৰতিদিনে দিনে কমেও ৮-১০ গিলাচ পানী খাব লাগে। শৰীৰটো শীতল ৰাখিবৰ বাবে গৰমৰ দিনত নেমুৰ ৰসৰ সৈতে নিমখ-চেনী মিহলি কৰি পানী খোৱাটো অতি উপকাৰী। আপোনাৰ দৈনিক আহাৰত ফল যোগ […]

মৈদামৰ বিষয়ে জানে নে?

ছশ বছৰ ৰাজত্ব কৰা আহোমসকলৰ চহকী স্থাপত্য কলাসমূহৰ ভিতৰত অন্যতম হ’ল মৈদাম সমূহ। ‘মৈদাম’ শব্দটো হৈছে এটা যুৰীয়া টাই ভাষাৰ শব্দ। ইয়াৰ অৰ্থ মৃতদেহৰ ওপৰত দেৱতাৰ মৰ্যদাৰে মাটি জাপি ঢিপ সাজি সমাধিস্থ কৰা। ছশ বছৰ ৰাজত্ব কৰা আহোমসকলৰ চহকী স্থাপত্য কলাসমূহৰ ভিতৰত অন্যতম হ’ল মৈদাম সমূহ। ‘মৈদাম’ শব্দটো হৈছে এটা যুৰীয়া টাই ভাষাৰ শব্দ। ইয়াৰ […]

চৰৰ মানুহে লোকপিয়লত মাতৃভাষা অসমীয়া বুলি নিলিখিলে অসমীয়া সংখ্যালঘুত পৰিণত হব নেকি?

অসমীয়াক সংখ্যালঘু কৰিম বুলি ABMSUএ দিয়া ভাবুকিৰ সন্দৰ্ভত কি ক’লে উৎপল শৰ্মাই – কোনোবা অসমীয়া বিৰোধী সংগঠন অসমীয়া বিৰোধী নেতাই কি বক্তব্য ৰাখিছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মই প্ৰয়োজন বোধ কৰা নাই’‘লোকপিয়লত মাতৃভাষা অসমীয়া নিলিখিলে অসমীয়া সংখ্যালঘুত পৰিণত হৈ যাব এই ব্লেক মেইলিং বহু দশক ধৰি কৰি অহা হৈছে’‘একাংশ লোক আছে যি বিচাৰে অসমীয়া জাতিটো […]

  • 1
  • 2