ভাৰতৰ ৫ টা ৰহস্যময় মন্দিৰ; যাৰ ৰহস্য আজিও ৰহস্য হৈয়ে আছে – ৰহস্যময় মন্দিৰ
পুৰিৰ জগন্নাথ মন্দিৰ ১১০০ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল ৷ এই মন্দিৰত প্ৰৱেশ কৰিবলৈ চাৰিখন দুৱাৰ আছে, ইয়াৰে এখন সিংহদ্বাৰ আৰু এই দুৱাৰখন ৰহস্যময় বুলি গণ্য কৰা হয় । কোৱা হয় যে সন্ধিয়া এই দুৱাৰেৰে ভিতৰলৈ সোমাই গ’লে সাগৰৰ শব্দ শুনা বন্ধ হৈ যায়, কিন্তু ওলাই অহাৰ লগে লগে পুনৰ শুনা যায় শব্দ । ইয়াৰ পতাকাখন […]
















































































