ক্ৰমান্বয়ে হ্ৰাস পাইছে টোকোৰা চৰাইৰ সংখ্যা
ৰেখা বৰগোহাঁইআমাৰ চাৰিওফালে সততে কিৰিলি পাৰি ,নাচি-বাগি থকা এবিধ চৰাই হৈছে টোকোৰা চৰাই। কেইবছৰমান আগলৈকে ওখ ওখ গছবিলাকত বিশেষকৈ তামোল গছৰ পাতত ওলমাই ওলমাই অতি নিখুঁত, নিপুণভাৱে বাহ সজা চৰাইবিধ বৰ্তমান সংকটৰ গৰাহত। গছৰ পাত,বন,খেৰ আদিয়ে সুন্দৰকৈ বাহ সজা টোকোৰা চৰাইবিধক অভিযন্তা বা তাঁতী চৰাই বুলিও কয়। ইয়াৰ ইংৰাজী নাম Baya Weaver. বৈজ্ঞানিক নাম Ploceus […]
















































































