ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ চৰমপন্থা কিয়…

শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ ৰহস্যজনক মৃত্যু প্ৰেমজনিত কাৰণত বিহ খাই চৰমপন্থা জিমি দাসৰ নিশা বিষাক্ত দ্ৰৱ্য খোৱাৰ পিছত AMCH লৈ নিয়া হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বেই মৃত্যু হয় খেলুৱৈ গৰাকীৰ ডিব্ৰুগড়ৰ AMCHত মৃত ঘোষণা কৰা হয় খেলুৱৈগৰাকীক প্ৰেমজনিত কাৰণত বিহপান কৰি চূড়ান্ত সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰিছে মাতৃয়ে অৱিনাশ দাস নামৰ লোকজনে […]

নিজৰ পুত্ৰকে দলৰ পৰা বাহিৰ লালু প্ৰসাদ যাদৱৰ

তেজ প্ৰতাপ যাদৱক RJD ৰ পৰা বহিস্কাৰ। ৬ বছৰৰ বাবে তেজস্বী প্ৰতাপ যাদৱক নিলম্বন কৰিলে পিতৃ লালু প্ৰসাদ যাদৱে। বিহাৰৰ লালু প্ৰসাদ যাদৱৰ পুত্ৰ তেজস্বী প্ৰতাপ যাদৱৰ এগৰাকী মহিলা লগত অবৈধ সম্পৰ্কৰ এটা ভিডিঅ হৈছিল ভাইৰেল। যুৱতীৰ সৈতে অসংযত অৱস্থাত ভাইৰেল হৈছিল এটা ভিডিঅ’। ইয়াৰ পিছতে পুত্ৰৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত লালু প্ৰসাদ যাদৱৰ। ৬ বছৰৰ […]

আজি‘মন কী বাত’ অনুষ্ঠানত কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ ৰেডিঅ’ অনুষ্ঠান ‘মন কি বাত’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে।২০১৪ চনৰ ৩ অক্টোবৰৰ পৰা আৰম্ভ হোৱা এই বিশেষ অনুষ্ঠানটিৰ আজি ১২২ তম খণ্ড সম্প্ৰচাৰ হয়। ‘মন কি বাত’ৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিষয়ৰ সন্দৰ্ভত দেশবাসীৰ সন্মুখত নিজৰ মনৰ কথা ব্যক্ত কৰে। ‘মন কি বাত’ অনুষ্ঠানটিৰ সময়ত তেওঁ ভাৰতীয় সেনাৰ বীৰত্ব অপাৰেচন সেন্দুৰৰ […]

ভূমিকম্পৰ বিষয়ে জানো আহা

বৰ্তমান সঘনাই হৈ থকা প্ৰাকৃতিক দুৰ্যোগসমূহৰ ভিতৰত ভূমিকম্প হ’ল অন্যতম। ভূমিকম্প যিকোনো সময়তে ,যিকোনো ঠাইতে হ’ব পাৰে।সকলোবোৰ প্ৰাকৃতিক দুৰ্যোগৰ দৰে সম্ভৱতঃ ভূমিকম্পৰহে আগজাননী পোৱা নাযায়।সেয়েহে যিকোনো মুহূৰ্ততে ভূমিকম্প আহি আমাৰ মাজত ত্ৰাসৰ সৃষ্টি কৰি বিস্তৰ ক্ষতিসাধন কৰে। সাধাৰণতে পৃথিৱীৰ উপৰিভাগ কঁপি উঠাকে আমি ভূমিকম্প বুলি কওঁ।।প্ৰকৃততে আমি বাস কৰা পৃথিৱীৰ খোলাটো কেইবাটাও স্তৰত গঠিত। তাৰে […]

২০০০ চনৰ পৰাজয়ৰ প্ৰতিশোধ ল’ব পাৰিবনে ভাৰতে?

আজি চেম্পিয়নছ ট্ৰফীৰ বহু প্ৰত্যাশিত ফাইনেল মেচ। ডুবাইত আজি সমুখ সমৰত ভাৰত বনাম নিউজীলেণ্ড। ভাৰতীয় সময় অনুসৰি বিয়লি ২:৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব ফাইনেল মেচ। আজিৰ ফাইনেল খেলক লৈ এতিয়া উৎকণ্ঠিত হৈ পৰিছে বিশ্বৰ ক্ৰিকেটপ্ৰেমী। কিয়নো ICC চেম্পিয়নছ ট্ৰফীৰ দুবাৰৰ চেম্পিয়ন ভাৰতৰ সন্মুখত আছে এবাৰৰ চেম্পিয়ন নিউজিলেণ্ড। ১৯৯৮ চনৰ পৰা ২০২৫লৈ ICC চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত […]

PITCHখনৰ পৰা কোনটা দল হ’ব লাভৱান?

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ২২ গজৰ যুঁজত নামিব ভাৰত আৰু নিউজীলেণ্ড। চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ব্যৱহাৰ হ’ব ২৩ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা মেচত ব্যৱহাৰ হোৱা PITCH । CRICKBUZZ-এ প্ৰকাশ কৰিছে এই তথ্য। দুই সপ্তাহ পূৰ্বে ব্যৱহাৰ হোৱা PITCH খনত খেলাৰ সময়ত কি অসুবিধাৰ সম্মুখীন হ’ব দুইয়োটো দল? বেছিভাগ PITCH ৰ দৰে এই PITCHখনো লেহেমীয়া। […]

পাকিস্তানৰে সম্পৰ্ক আছে নেকি সাংসদ গৌৰৱ গগৈৰ পত্নীৰ?

সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই আৰম্ভ হৈছে এক তদন্ত। দিল্লীত ক্ষিপ্ৰগতিত চলিছে SITৰ তদন্ত। সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত JNU ৰ অধ্যাপক অনিৰ্বান গাংগুলীৰ লগতে পত্নী ড° নুপূৰ বৰুৱাকো জেৰা SITৰ। ব্ৰিটিছ দূতাবাসৰ দুই বিষয়াকো জেৰা SITৰ। ২০২৪ চনলৈকে এলিজাবেথ গৈছিল পাকিস্তানলৈ […]

আন্তৰ্জাতিক নাৰী দিৱস কিয় পালন কৰা হয়?

নাৰী শক্তিনাৰী সাহসনাৰী যেন এখন প্ৰৱাহমান নৈ আজি আন্তৰ্জাতিক নাৰী দিৱস। প্ৰতি বছৰে ৮ মাৰ্চত সমগ্ৰ বিশ্বজুৰি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। বিশ্বৰ বেলেগ বেলেগ প্ৰান্তত নাৰী দিৱস উদযাপনৰ প্ৰধান লক্ষ্য বেলেগ বেলেগ যদিও মূলতঃ মহিলাৰ সমান অধিকাৰ, মহিলাৰ বিৰুদ্ধে হিংসা আৰু উৎপীড়ন ৰোধ তথা নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা জনোৱাই হৈছে এই দিৱস […]

ৰাজ্যৰ কোন কোন জিলাত বজ্ৰপাত আৰু বিজুলি-ঢেৰেকনিৰ সম্ভাৱনা!

ৰাজ্যৰ চাৰিখন জিলালৈ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী। জিলাকেইখনত আজি আৰু কাইলৈ বজ্ৰপাত আৰু বিজুলি-ঢেৰেকনিৰ সম্ভাৱনা। বজ্ৰপাত আৰু বিজুলি-ঢেৰেকনিৰ সম্ভাৱনাৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আজি লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে হালধীয়া সতৰ্কবাণী। এই জিলাকেইখনৰ দুই এঠাইত বিজুলি-ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে। কাইলৈও এই চাৰিখন জিলাৰ ঠায়ে […]

আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ ফলাফল ক’ত ক’ত চাব পাৰিব?

অৱশেষত আজি ঘোষণা হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (Sub-Inspector) নিযুক্তি ২০২৫ৰ ফলাফল। আজি দিনৰ ১১ বজাত ঘোষণা হৈছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষাৰ ফলাফল। State Level Police Recruitment Board (SLPRB) ত ঘোষণা কৰে এই ফলাফল। উল্লেখ্য যে SLPRB য়ে চলিত বৰ্ষৰ ৫ জানুৱাৰীত ২০৩ টা খালী পদৰ বিপৰীতে অনুষ্ঠিত কৰিছিল লিখিত পৰীক্ষা। লিখিত পৰীক্ষা(Combined […]