এই পৃথিৱীখন কেৱল মানুহৰ বাবেই নহয়… প্রত্যেক জীৱ- জন্তুৰে সমান অধিকাৰ আছে
যোৱা ১১ আগষ্ট তাৰিখে উচ্চতম ন্যায়ালয়ে এক ৰায় প্রদান কৰিছিল যে দিল্লী এন চি আৰৰ পৰা পদপথত থকা সকলো কুকুৰক আঁতৰাই আশ্ৰয় গৃহত ৰাখিবলৈ।সেই কাম সম্পূর্ণ কৰিবলৈ দিল্লীৰ প্রশাসনক ৮ সপ্তাহ সময় বান্ধি দিছিল। ন্যায়ালয়ৰ সেই ৰায়ৰ বিৰুদ্ধে পশুপ্ৰেমী বহুলোক ৰাজপথলৈ ওলাই আহি প্রতিবাদ কৰিবলৈ ধৰিছে। বর্তমান সময়লৈকে প্রতিদিনাই ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে […]
















































































