সদনত দাখিল হ’ল ৮৩ নেলীৰ সংঘৰ্ষৰ প্ৰতিবেদন
১৯৮৩ চনৰ ১৮ ফেব্ৰুৱাৰীত নগাঁও জিলাৰ নেলীত সংঘটিত হৈছিল এক নৰসংহাৰ। বিগত ৪২ বছৰ ধৰি সেই ঘটনাটোৱে বিশ্ববাসীৰ আগত অসমক লজ্জানত কৰি আহিছে। উক্ত ঘটনাৰ তদন্তৰ বাবে চৰকাৰীভাৱে গঠন কৰি দিয়া ত্ৰিভুৱন প্ৰসাদ তিৱাৰী আয়োগ আৰু বেচৰকাৰী মেহতা আয়োগৰ প্ৰতিবেদন অসম বিধানসভাৰ শীতকালীন অধিৱেশনত দাখিল কৰা হৈছে। তিৱাৰী প্ৰতিবেদনত নেলী নৰসংহাৰ ঘটনাৰ আঁৰৰ কথাৰ অনুসৰি […]
















































































