LPG-পেট্ৰ’ল-ডিজেলৰ নহ’ব নাটনি, ভাৰতৰ পৰাই হ’ব প্ৰচুৰ যোগান !
ভাৰত দীৰ্ঘদিন ধৰি খাৰুৱা তেল আৰু গেছৰ বাবে বিদেশৰ ওপৰত নিৰ্ভৰশীল হৈ আহিছে। প্ৰতি বছৰে কেৱল পেট্ৰ’ল, ডিজেল আৰু এলপিজি কিনিবৰ বাবেই বিলিয়ন বিলিয়ন ডলাৰৰ বিদেশী মুদ্ৰা ভাণ্ডাৰ খৰচ হৈ যায়। কিন্তু এতিয়া এই ছবিখন সলনি হোৱাৰ প্ৰস্তুতি আৰম্ভ হৈছে। আন্দামান সাগৰত প্ৰাকৃতিক গেছ লাভ কৰাৰ পাছত, মোদী চৰকাৰে পূব উপকূলত এনে এক মেগা-প্লেন আৰম্ভ […]
















































































