শ্যামকানুৰ অধিবক্তা ৰাজকমলৰ কি সম্পৰ্ক আছে কংগ্ৰেছৰ সৈতে?
শ্যামকানু মহন্তৰ হৈ উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা অধিবক্তা ৰাজকমল প্ৰকৃততে কোন? পঞ্জাবত কংগ্ৰেছৰ শাসনকালৰ সময়ত ডেপুটি এডভোকেট জেনেৰেল আছিল অধিবক্তা ৰাজকমল। ২০১৭ৰ পৰা ২০২১ৰ ছেপ্টেম্বৰ পৰ্যন্ত DAG হিচাপে কৰ্মৰত আছিল অধিবক্তা ৰাজকমল। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা এসময়ৰ কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সদস্য কে টি এছ তুলসীৰ অধীনত কেৰিয়াৰ আৰম্ভ কৰিছিল অধিবক্তা ৰাজকমলে। ২০০৬ৰ […]
















































































