জিঅ’লজিকেল ছাৰ্ভে অব ইণ্ডিয়াৰ অধ্যয়নঃ ধুবুৰীৰ চান্দৰডিঙা পাহাৰত লোৰ আকৰৰ ভঁৰালৰ সন্ধান লাভ
খাৰুৱা তেল, খনিজ সম্পদৰে চহকী অসমৰ ভূগৰ্ভ যে অমূল্য ৰত্নৰে ভৰপূৰ সেই কথা পুনৰ এবাৰ প্ৰমাণ হ’ল জিঅ’লজিকেল পটেনচিয়েল অৱ নৰ্থ ইষ্ট ইণ্ডিয়াই চলোৱা এক অধ্যয়নত প্ৰমাণিত হৈছে। খাৰুৱা তেল, চূণ শিল, কয়লা আদিকে কৰি খনিজ সম্পদৰে চহকী অসমৰ ভূ-গৰ্ভত এইবাৰ লোৰ আকৰৰ উপস্থিতিৰ সন্ধান পোৱা গৈছে। তথ্য অনুসৰি ধুবুৰী জিলাৰ চান্দৰডিঙা পাহাৰত অতি মূল্যবান […]








































































