তৈল খেজুৰৰ খেতি,জৈৱ বৈচিত্ৰ্যলৈ অশনি সংকেত
অসম চৰকাৰৰ উদ্যোগত তৈল খেজুৰৰ খেতি অসমৰ বিভিন্ন অঞ্চলত কেইবাটাও কোম্পানীয়ে কৰিবলৈ লোৱাৰ সন্দৰ্ভত সম্প্ৰতি বিভিন্ন মহলত প্ৰতিবাদৰ জোৱাৰ উঠিছে আৰু বিষয়টো বিৰ্তকলৈ গতি কৰিছে। ইতিমধ্যে অসম চৰকাৰে “এডভাণ্টেজ আসাম ২.০” ৰ জৰিয়তে গোলাঘাটৰ ফলঙনী বীজপামৰ ৭৫ বিঘা মাটি ৰামদেৱক আৰু কেন্দ্ৰীয় চৰকাৰৰ “দা নেচনেল মিছন অন ইডেবল অইলে” তিনি লাখ বিঘা মাটি তৈল খেজুৰৰ […]




































































