পোহনীয়া কুকুৰৰ যতন।
মানুহৰ আটাইতকৈ বিশ্বাসী আৰু অতি সহজে পোহ মনা জন্তুবিধেই হ’ল কুকুৰ। সেয়েহে মানুহে কুকুৰক পুহিবলৈ ভাল পায়। আনহাতে কুকুৰেও যি মানুহে সিহঁতক আপডাল কৰে বা ভালকৈ খাবলৈ-থাকিবলৈ দিয়ে সেই মানুহক কেতিয়াও পাহৰি নাযায়। প্রতি ক্ষণ মানুহজনক কুকুৰে সুৰক্ষা দিয়ে। কেতিয়াবা কেতিয়াবা কুকুৰে নিজৰ জীৱন দি হ’লেও গৃহস্থক কিছুমান বিপদৰ পৰা ৰক্ষা কৰে। সেয়েহে কুকুৰক প্রভুভক্ত […]










































































