বীট আপোনাৰ শৰীৰৰ বাবে কিমান প্ৰয়োজন
মানুহক এটা সুস্থ শৰীৰৰ বাবে বিভিন্ন ধৰণৰ পাচলিয়ে সহায় কৰে। বিভিন্ন ধৰণৰ পাচলিৰ ভিতৰত এজন ব্যক্তিৰ শৰীৰত বীটৰ ভূমিকা বিশেষ ভাৱে উল্লেখনীয়। খাদ্যৰ তালিকাত বীটক বিভিন্ন ৰূপত আহাৰ হিচাপে গ্ৰহণ কৰা হয়। চালাডৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ তৰকাৰী আৰু চপলৈকে বীট ব্যৱহাৰ কৰা হয়। মানৱ শৰীৰত বীটে গ্ৰহণ কৰিছে বিশেষ ভূমিকা। GFX বীটক কোৱা […]










































































