আহোম যুগৰ পুখুৰীসমূহৰ বৈশিষ্ট্য

ৰেখা বৰগোহাঁই আহোম যুগৰ গুৰুত্বপূৰ্ণস্থাপত্য কলাসমূহৰ ভিতৰত পুখুৰীসমূহ অন্যতম। উন্নত বৈজ্ঞানিক কলা-কৌশলেৰে নিৰ্মাণ কৰা পুখুৰীসমূহ বর্তমানেও আমাৰ জনজীৱনত তথা পুৰাতত্ব অধ্যয়নত গুৰুত্বপূৰ্ণ স্থান লাভ কৰি আছে। ছশ বছৰীয়া আহোম ৰাজত্বকালত স্বর্গদেউসকলে বিভিন্ন কাৰণত পুখুৰীসমূহ খন্দাইছিল। আনহাতে ৰাজবিষয়া, ৰাজমাও, ৰাণী, ৰাজকোঁৱৰসকলৰ তত্বৱধানতো কিছু সংখ্যক পুখুৰীখন্দা হৈছিল। বিভিন্ন পদ্ধতি অৱলম্বন কৰি পুখুৰীৰ স্থান নির্ণয় কৰিছিল। পুখুৰী খান্দিবলৈ […]

সন্দেহ বৈবাহিক জীৱনৰ বৰবিহ

ৰেখা বৰগোহাঁই আমাৰ সমাজৰ সকলোবিলাক সম্পৰ্কৰ স্বামী-স্ত্ৰীৰ সম্পৰ্কটোৱে হ’ল আটাইতকৈ স্পৰ্শকাতৰ, ঠুনুকা আৰু সংবেদনশীল। এইটো সম্পৰ্কত এডাল সূতাৰ সমানো ব্যৱধান নাথাকে। মাথোঁ থাকে দুটা ভিন্ন শৰীৰৰ হ’লেও দুটা মন এক হৈ জীৱনৰ সকলো সময়তে আগবাঢ়ি যোৱাৰ সংকল্প। স্বামী-স্ত্ৰীৰ সম্পৰ্ক ইমানেই গভীৰ যে হাজাৰ কালধুমুহা আহিলেও ভাঙি-ছিঙি নাযায়, অথচ কেতিয়াবা ই ইমানেই ঠুনুকা হৈ পৰে যে […]

এই পৃথিৱীখন কেৱল মানুহৰ বাবেই নহয়… প্রত্যেক জীৱ- জন্তুৰে সমান অধিকাৰ আছে

যোৱা ১১ আগষ্ট তাৰিখে উচ্চতম ন্যায়ালয়ে এক ৰায় প্রদান কৰিছিল যে দিল্লী এন চি আৰৰ পৰা পদপথত থকা সকলো কুকুৰক আঁতৰাই আশ্ৰয় গৃহত ৰাখিবলৈ।সেই কাম সম্পূর্ণ কৰিবলৈ দিল্লীৰ প্রশাসনক ৮ সপ্তাহ সময় বান্ধি দিছিল। ন্যায়ালয়ৰ সেই ৰায়ৰ বিৰুদ্ধে পশুপ্ৰেমী বহুলোক ৰাজপথলৈ ওলাই আহি প্রতিবাদ কৰিবলৈ ধৰিছে। বর্তমান সময়লৈকে প্রতিদিনাই ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছে […]

অসংপৃক্ত সংস্কৃতিক বৰঘৰত পীৰা.. অসমীয়া বিবাহ পদ্ধতিত আমদানিকৃত সংস্কৃতিৰ প্রভাৱ… এদিন আমাৰ বুলি ক’বলৈ একোৱে নাথাকিব

বিবাহ মানে দুই উপযুক্ত ডেকা-গাভৰুৱে যুৰীয়া জীৱন-যাপন কৰাৰ উদ্দেশ্যই পালন কৰা এক সামাজিক প্রথা। এই প্রথাৰ জৰিয়তে ডেকা-গাভৰুৱে ব্যক্তিৰ স্তৰৰ পৰা সামাজিক স্তৰলৈ উত্তৰণ ঘটে। পৰিণতিত ব্যক্তি আৰু সমাজৰ মাজত এক সুসম্পর্ক গঢ়ি উঠে আৰু বংশ বিস্তৃতিকো অৰিহনা যোগায়। অসম এনে এখন ৰাজ্য য’ত বিভিন্ন জাতি-জনগোষ্ঠীয়ে বাস কৰে। যিদৰে পৃথিৱীৰ বিভিন্ন জনগোষ্ঠীসমূহৰ নিজস্ব বিবাহ পদ্ধতি […]

পৃথিৱীৰ কেইখনমান সূৰ্য উদয় আৰু অস্ত নোহোৱা দেশ

আমাৰ পৃথিৱীয়ে নিজ কক্ষ পথত এপাক ঘূৰিবলৈ 24 ঘণ্টা সময় লয় আৰু তাৰ ফলস্বৰূপে ইয়াত দিন আৰু ৰাতি হয়। সূৰ্য উদয় হয় দিনৰ আৰম্ভ হয় আৰু সূৰ্য অস্ত গৈ ৰাতিৰ আৰম্ভ হয়। ই এক প্ৰাকৃতিক পৰিঘটনা।যাক আমি সদায় পৰিলক্ষিত কৰি আছো। কিন্তু পৃথিৱীত এনে কিছুমান ঠাই আছে যত 24 ঘণ্টাই দিন হয় থাকে আৰু কিছুমান […]

গভীৰ সংকটৰ গৰাহত অসমৰ ৩৭৪ বিধ দুষ্প্রাপ্য প্ৰাণীৰ প্ৰজাতি, জীৱ-বৈচিত্র্য পৰিষদৰ তালিকাত ভয়ংকৰ তথ্য

ভঁৰালস্বৰূপ তথা অনুপম প্ৰকৃতিৰ ৰম্যভূমি নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই-ৰূপাই অভয়াৰণ্যকে ধৰি সমগ্ৰ উত্তৰ অসমৰ কেইবাখনো সংৰক্ষিত বনাঞ্চলৰ অস্তিত্বৰ প্ৰতি অবাধ বেদখলে গভীৰ অসমৰ ৩৭৪ বিধ দুষ্প্রাপ্য প্ৰাণীৰ প্ৰজাতিলৈ সংকট নমাই আনিছে। একেদৰে ৰাজ্যৰ আন প্ৰান্ততো বন, জলাশয় আৰু পাহাৰ ধ্বংসযজ্ঞই জীৱকূলৰ প্ৰতি ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰিছে। অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ অকর্মণ্যতাৰ পৰিণতিত […]

অসমৰ এক চহকী কুটীৰ শিল্প, ক্ৰমাৎ বিলুপ্তিৰ দিশে জাপি শিল্প

অসমীয়া লোক সংস্কৃতিত জাপিৰ এক সুকীয়া পৰিচয় আছে। গামোচাৰ লগতে জাপিও অসমীয়াৰ বাবে আৱেগ আৰু জাপিৰ লগত আছে এক এৰাব নোৱাৰা সম্পর্ক। অসমীয়া কৃষিজীৱী লোকৰ এক সম্পদ হ’ল জাপি, যিয়ে খেতিপথাৰত ৰ’দ-বৰষুণৰ পৰা কৃষকক ৰক্ষা কৰি আহিছে। আধুনিকতাৰ পৰশ নোপোৱাৰে পৰা অসমৰ খেতিপথাৰৰ লগতে বিহু, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, আৰু ঘৰৱা সাজ-সজ্জাত জাপিৰ ব্যৱহাৰ হৈ আহিছে। […]

স্বাধীনতা দিৱস আৰু বৰ্তমানৰ আমাৰ সমাজ

সেয়েহে স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত এই বিষয়বোৰ উলাই কৰিব নোৱাৰাৰ কাৰণেই আলোচনা কৰা হ’ল।১৫ আগষ্টত স্বাধীনতা দিৱস উদযাপনৰ নামত সমগ্ৰ দেশৰ লগতে অসমতো পাৰ হ’ব ৰংচঙীয়া, ক্ষন্তেকীয়া আনন্দৰ এটা দিন। কিন্তু তাৰ আঁৰত থাকিব হাজাৰজনৰ হুঁমনিয়া,দুখ-বেদনা।সেইখিনি অন্ত পেলাব পাৰিলেহে প্ৰকৃত অৰ্থত ৰংচঙীয়া স্বাধীনতা দিৱস উদযাপন কৰাৰ মান্যতা থাকিব।সেইদিনটোলৈ প্ৰত্যেক জন ভাৰতীয় নাগৰিক অপেক্ষাৰত।

পোহনীয়া কুকুৰৰ যতন।

মানুহৰ আটাইতকৈ বিশ্বাসী আৰু অতি সহজে পোহ মনা জন্তুবিধেই হ’ল কুকুৰ। সেয়েহে মানুহে কুকুৰক পুহিবলৈ ভাল পায়। আনহাতে কুকুৰেও যি মানুহে সিহঁতক আপডাল কৰে বা ভালকৈ খাবলৈ-থাকিবলৈ দিয়ে সেই মানুহক কেতিয়াও পাহৰি নাযায়। প্রতি ক্ষণ মানুহজনক কুকুৰে সুৰক্ষা দিয়ে। কেতিয়াবা কেতিয়াবা কুকুৰে নিজৰ জীৱন দি হ’লেও গৃহস্থক কিছুমান বিপদৰ পৰা ৰক্ষা কৰে। সেয়েহে কুকুৰক প্রভুভক্ত […]

পাহৰণিৰ গৰ্ভত হেৰাই যাব নেকি, অসমীয়া সমাজৰ মাছ ধৰা সঁজুলি?

অসমৰ মাছ ধৰা সঁজুলিসমূহ সাধাৰণতে হাতেৰে তৈয়াৰ কৰা বাঁহ-বেতৰ সঁজুলি। গ্রাম্য সমাজৰ প্ৰায় সংখ্যক লোকেই মাছ ধৰা সঁজুলিসমূহ তৈয়াৰ কৰিব জানিছিল। সেয়েহে এই সমূহ অসমৰ কূটীৰ শিল্পৰ অন্তৰ্গত। অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন শ্ৰেণীৰ লোকে বিভিন্ন পদ্ধতিৰে বিভিন্ন সঁজুলি আৰু কৌশলৰ প্ৰয়োগ কৰিছিল। সাধাৰণতে মাছ ধৰা সঁজুলিসমূহৰ নাম হৈছে- জাকৈ, খালৈ, জাল, জুলুকি প’ল, চেপা, খোঁকা, […]