লিচু খেতিয়েও গঢ়িব পাৰে অৰ্থনৈতিক ভেটি
অসমৰ মাটি থলুৱা ফলমূল উৎপাদনৰ বাবে অতিকৈ উপযোগী। বিশেষ পৰিশ্ৰম তথা যত্ন নকৰাকৈয়ে অসমৰ সাৰুৱা মাটিত লহপহকৈ বাঢ়ি আহে লিচু ,আমি, কঁঠাল,জাম,লেটেকু,পনিয়লকে ধৰি বিভিন্ন প্ৰজাতিৰ থলুৱা ফলমূলৰ গছ সমূহ আৰু উৎপাদনো ভাল হয়।যদি এই থলুৱা ফলমূলসমূহ ব্যৱসায়িক ভিত্তিত আৰু বহল পৰিসৰত কৰিবলৈ চেষ্টা কৰা হয় তেনে হ’লে অসমৰ অৰ্থনৈতিক ভেটি টনকিয়াল কৰিবলৈ সক্ষম হব।লগতে অসমৰ […]










































































