৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ফিলিপাইন

৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ফিলিপাইন প্ৰবল ভূমিকম্পৰ পাছতে ফিলিপাইনত ভয়ানক চুনামীৰ আশংকা ভূমিকম্পৰ ফলত এতিয়ালৈকে কমেও ৬৯ জন লোকৰ মৃত্যু আৰু ১৫০ৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে ভূমিকম্পৰ কেন্দ্ৰ আছিল চেবু প্ৰদেশৰ উপকূলৰ ওচৰত ভূমিকম্পৰ ফলত ধ্বংসস্তুপত পৰিগত হৈছে বহু ঘৰ-দুৱাৰ, দলং আৰু গীৰ্জা সম্প্ৰতি উদ্ধাৰ অভিযান চলি আছে, আৰু এতিয়াও […]

জুবিন গাৰ্গৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ

জুবিন গাৰ্গৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰCJM আদালতলৈ লৈ যোৱা হৈছে দুই PSOকআজি চতুৰ্থ দিনৰ বাবে SITৰ জেৰাৰ সন্মুখীন হৈছিল জুবিন গাৰ্গৰ দুয়োগৰাকী PSOইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল দুয়োকেনন্দেশ্বৰ বৰাৰ একাউণ্টৰ পৰা ৭০ লাখ টকা আৰু পৰেশ বৈশ্যৰ একাউণ্টৰ পৰা ৪০ লাখ টকাৰ লেনদেন পাইছিল SITএগ্ৰেপ্তাৰৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

শ্যামকানুৰ অধিবক্তা ৰাজকমলৰ কি সম্পৰ্ক আছে কংগ্ৰেছৰ সৈতে?

শ্যামকানু মহন্তৰ হৈ উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰা অধিবক্তা ৰাজকমল প্ৰকৃততে কোন? পঞ্জাবত কংগ্ৰেছৰ শাসনকালৰ সময়ত ডেপুটি এডভোকেট জেনেৰেল আছিল অধিবক্তা ৰাজকমল। ২০১৭ৰ পৰা ২০২১ৰ ছেপ্টেম্বৰ পৰ্যন্ত DAG হিচাপে কৰ্মৰত আছিল অধিবক্তা ৰাজকমল। উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা তথা এসময়ৰ কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সদস্য কে টি এছ তুলসীৰ অধীনত কেৰিয়াৰ আৰম্ভ কৰিছিল অধিবক্তা ৰাজকমলে। ২০০৬ৰ […]

তাই আহোমসকলৰ সামাজিক নিয়ম

ৰেখা বৰগোহাঁই চাওঁলুং ছ্যুকাফাৰ নেতৃত্বত এদল তাই লোক ১২২৮ খ্ৰীঃত নতুন ৰাজ্যৰ গঢ়াৰ উদ্দেশ্যেই সৌমাৰত প্ৰৱেশ কৰিছিল। সেইসময়ত তেওঁলোক আছিল এটা স্বতন্ত্র জাতি। তেওঁলোকৰ আছিল পৃথক ভাষা, সভ্যতা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু ধৰ্ম। সৌমাৰত নতুন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছত তাইসকলে দিয়া-লোৱাৰ প্ৰথা গ্রহণ কৰিছিল। ফলত লাহে লাহে তেওঁলোকে অসমীয়া সভ্যতা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ লগত মিলি যাবলৈ ধৰিলে। […]

অসমত কিমান জাতীয় সংগঠন আছে

ৰেখা বৰগোহাঁই উত্তৰ-পূর্বাঞ্চলৰ উল্লেখযোগ্য এখন ৰাজ্য হ’ল অসম। এই ৰাজ্যত অতীতৰে পৰা বিভিন্ন জাতি -জনগোষ্ঠীৰে বসবাস কৰি আহিছে। প্ৰত্যেকটো জনগোষ্ঠীয়ে নিজস্ব ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, ধৰ্মীয় আচৰণ, ভাষা বা দোৱান আছে ।তথাপিও অসমত শান্তি বর্তি আছিল। সকলোৰে ককাই-ভাই ,বাই-ভনী হৈ মিলিজুলি আছিল। প্রতিটো জনগোষ্ঠীয়ে ইটোয়ে সিটোৰ প্রতি সম্মান প্রদর্শন কৰিছিল। কিন্তু সময়ৰ গতিত অতীতৰ পৰা মিলাপ্রীতিৰে থকা […]

‘অভিৰুচি ক্ৰীড়া দিৱস’ কিয় আৰু কেতিয়াৰ পৰা পান কৰা হৈছে জানে নে?

আজি ৩ ছেপ্তেম্বৰ, অৰ্থাৎ ‘অভিৰুচি ক্ৰীড়া দিৱস’। প্ৰত্যেক বছৰে ৩ ছেপ্তেম্বৰ তাৰিখে পালন কৰা হয় ‘অভিৰুচি ক্ৰীড়া দিৱস’। আজি অসমৰ প্ৰথম অৰ্জুন বঁটা বিজয়ী খেলুৱৈ ভোগেশ্বৰ বৰুৱাৰ জন্মদিন। ক্ৰীড়াবিদগৰাকীৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে তেওঁৰ জন্ম দিৱসটি অসমত ‘অভিৰুচি ক্ৰীড়া দিৱস’ হিচাপে পালন কৰা হয়। ১৯৮৪ চনৰ পৰাই প্ৰত্যেক বছৰে ৩ ছেপ্টেম্বৰ তাৰিখে এই ক্ৰীড়া […]

ভগৱান গণেশক প্ৰতিষ্ঠাৰ সময়, শুভ মূহুৰ্ত কেতিয়া জানি লওঁক

প্ৰতিবছৰে গণেশ চতুৰ্থী উৎসৱ ভগৱান গণেশৰ জন্ম বাৰ্ষিকী হিচাপে অতি উৎসাহ আৰু আড়ম্বৰেৰে পালন কৰা হয়। এই উৎসৱ ১০ দিন ধৰি চলি থাকে। ভগৱান গণেশৰ মূৰ্তি স্থাপনৰ পৰা এই উৎসৱ আৰম্ভ হয়।প্ৰতিবছৰে গণেশ চতুৰ্থী উৎসৱ ভগৱান গণেশৰ জন্ম বাৰ্ষিকী হিচাপে অতি উৎসাহ আৰু আড়ম্বৰেৰে পালন কৰা হয়। এই উৎসৱ ১০ দিন ধৰি চলি থাকে। ভগৱান […]

লংকালৈ যিয়ে যায় সিয়েই ৰাৱণ হয়

ৰেখা বৰগোহাঁই অসমীয়াত এষাৰ আপ্তবাক্য আছে যে ‘লংকালৈ যিয়ে যায় সিয়েই ৰাৱণ হয়।’ আজিকালি কিন্তু সঘনাই এই বাক্যশাৰী বিভিন্ন ৰাজনৈতিক নেতা-পালিনেতা আৰু দল-সংগঠনৰ নেতা-পালিনেতাৰ ক্ষেত্ৰত খাপ খাই পৰা দেখা গৈছে। যদি কোনো এজন লোক কোনো ৰাজনৈতিক দলত যোগ দি ৰাজনীতিক হিচাপে স্বীকৃতি পোৱাৰ পাছত সেই লোকজনে নিজৰ ভৰিৰ তলৰ মাটি আৰু মূৰৰ ওপৰৰ আকাশখন চিনি […]

আমি বাৰু শিপা হেৰুৱাইছোঁ নেকি?

ৰেখা বৰগোহাঁই ‘শিপা’ যিমানেই গভীৰ আৰু মজবুত হয় সিমানেই এটা জাতিৰ আয়ুসৰেখা বৃদ্ধি পায়। শিপাৰ পৰা বিচ্ছিন্ন হ’লে শিপাহীন এটা জাতি অস্তিত্বহীন হৈ পৰে। আৰু অতি সোনকালে জাতিটো মৃত্যুমুখত পৰে। বিভিন্ন জাতি-ধর্ম-বর্ণ নির্বিশেষে গঢ় লৈ উঠিছে অসমীয়া বৃহৎ জাতি। বিভিন্ন ভাষা-ভাষী, বিশ্বাস-পৰম্পৰা, সাজপাৰ, ৰীতি-নীতি আদিৰে গঢ় লৈ উঠিছে অসমীয়া সমাজ। যুগ যুগ ধৰি দিয়া-লোৱাৰ প্ৰথাৰে, […]

সামাজিক মাধ্যমত সাহিত্য চৰ্চা আৰু আমাৰ দায়বদ্ধতা

ৰেখা বৰগোহাঁই আচলতে সামাজিক মাধ্যমনো কি? সামাজিক মাধ্যম এনে এটা প্রযুক্তি, যিয়ে ব্যৱহাৰকাৰী সকলৰ মাজত মত বিনিময়, ধাৰণা বা অন্যান্য তথ্য আদি ভাগ-বতৰা কৰাত সুবিধা দিয়ে। অর্থাৎ ই গোটেই পৃথিৱীখন সৰু কৰি পেলোৱাৰ এক নেটৱৰ্ক আৰু যোগাযোগৰ মাধ্যম। সামাজিক মাধ্যম বিশ্বত বহুকেইটা আছে। তাৰে ভিতৰত উল্লেখযোগ্য তথা সকলোৰে চিনাকী ফেচবুক, টুইটাৰ, হোৱাটছএপ্, ইনষ্টাগ্রাম, ইউ টিউব, […]