ৰাজ্যৰ কোন কোন জিলাত বজ্ৰপাত আৰু বিজুলি-ঢেৰেকনিৰ সম্ভাৱনা!

ৰাজ্যৰ চাৰিখন জিলালৈ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী। জিলাকেইখনত আজি আৰু কাইলৈ বজ্ৰপাত আৰু বিজুলি-ঢেৰেকনিৰ সম্ভাৱনা। বজ্ৰপাত আৰু বিজুলি-ঢেৰেকনিৰ সম্ভাৱনাৰ বাবে হালধীয়া সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আজি লখিমপুৰ, ধেমাজি, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে হালধীয়া সতৰ্কবাণী। এই জিলাকেইখনৰ দুই এঠাইত বিজুলি-ঢেৰেকনিৰ লগতে বজ্ৰপাতৰ সম্ভাৱনা আছে। কাইলৈও এই চাৰিখন জিলাৰ ঠায়ে […]

আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ পৰীক্ষাৰ ফলাফল ক’ত ক’ত চাব পাৰিব?

অৱশেষত আজি ঘোষণা হ’ল অসম আৰক্ষীৰ উপ-পৰিদৰ্শক (Sub-Inspector) নিযুক্তি ২০২৫ৰ ফলাফল। আজি দিনৰ ১১ বজাত ঘোষণা হৈছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে লিখিত পৰীক্ষাৰ ফলাফল। State Level Police Recruitment Board (SLPRB) ত ঘোষণা কৰে এই ফলাফল। উল্লেখ্য যে SLPRB য়ে চলিত বৰ্ষৰ ৫ জানুৱাৰীত ২০৩ টা খালী পদৰ বিপৰীতে অনুষ্ঠিত কৰিছিল লিখিত পৰীক্ষা। লিখিত পৰীক্ষা(Combined […]

লেংডন ফাউণ্ডেশ্যনৰ খাদ্য আৰু বস্ত্ৰ বিতৰণ কাৰ্যসূচী

ৰাজ্যৰ অন্যতম বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন লেংডন ফাউণ্ডেশ্যনে প্ৰতি সপ্তাহৰ শনিবাৰে পদপথত বাস কৰা অঘৰী লোকসকলৰ মাজত খাদ্য আৰু বস্ত্ৰ বিতৰণ কাৰ্যসূচী ৰূপায়ন কৰি আহিছে। ইয়াৰ অংশ হিচাপে গুৱাহাটীৰ পাণবজাৰস্থিত শুক্লেশ্বৰ মন্দিৰৰ সন্মুখত পদপথত বাস তকৰা প্ৰায় ১০০ জন লোকৰ মাজত খাদ্য বিতৰণ কৰে। স্বেচ্ছাসেৱী সংগঠনটোৰ সভাপতি, সমাজকৰ্মী নিতুল বৰগোঁহাইৰ নেতৃত্বত ৰেখা বৰগোঁহাই, ঋতুৰাজ শইকীয়া, দীনেশ […]

লেংডন ফাউণ্ডেচনৰ উদ্যোগত IIT গুৱাহাটীত গছপুলি ৰোপন

লেংডন ফাউণ্ডেচনৰ উদ্যোগত IIT গুৱাহাটীত গছপুলি ৰোপনৰ কাৰ্যসূচী পালন কৰা হয়। লেংডন ফাউণ্ডেচনে বিগত দিনত এনে বহু সামাজিক কাম হাতত লৈ আহিছে। সমাজক সজাগ আৰু সচেতন কৰিবৰ বাবে লেংডন ফাউণ্ডেচনে নতুন প্ৰজন্মক প্ৰেৰণা আৰু উৎসাহ যোগোৱাৰ উদ্দেশ্যৰে আজি গছপুলি ৰোপনৰ কাৰ্যসূচী পালন কৰা হয়। অনুষ্ঠানটিত উপস্থিত আছিল মুখ্য উপদেষ্টা ডঃ মনোৰঞ্জন বৰগোহাঁই, অধ্যক্ষ নিতুল বৰগোহাঁই, […]

গান্ধী জয়ন্তী উপলক্ষ্যে কি কাৰ্যসূচী লেংডন ফাউণ্ডেশ্যনৰ?

গান্ধী জয়ন্তীৰ সৈতে সংগতি ৰাখি স্বেচ্ছাসেৱী সংস্থা ‘লেংডন ফাউণ্ডেশ্যন’ৰ বিশেষ কাৰ্যসূচী। বিশেষ দিনটোৰ সৈতে সংগতি ৰাখি সংস্থাটোৰ বিষয়ববীয়াসকলে হাতত লয় গছপুলি ৰোপণ কাৰ্যসূচী। কাৰ্যসূচী অনুসৰি লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোঁহাইৰ নেতৃত্বত ৰূপনগৰ আৰক্ষী চাউনীত নিম গছৰ পুলি ৰোপণ কৰে সংস্থাটোৰ বিষয়ববীয়াসকলে। কাৰ্যসূচীত লেংডন ফাউণ্ডেশ্যনৰ অধ্যক্ষ নিতুল বৰগোঁহাইৰ সৈতে উপস্থিত থাকে কটন কলেজৰ প্ৰাক্তন অধ্যাপক ডঃ […]

লেংডন ফাউণ্ডেশ্যনৰ প্ৰথমটো কাৰ্যসূচী

অভাৱগ্ৰস্ত মেধাৱী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ হকে কৰ্মসূচী ৰূপায়ণৰ লক্ষ্যৰে জন্ম হোৱা ‘লেংডন ফাউণ্ডেশ্যন’ৰ কাৰ্যসূচীৰ শুভাৰম্ভ। ৩১ জানুৱাৰী ২০২৩ৰ দিনা লেংডন ফাউণ্ডেশ্যনৰ প্ৰথমটো কাৰ্যসূচী হাতত লোৱা হয়। যিহেতু ৩১ জানুৱাৰীৰ দিনা টাই-আহোমসকলৰ পবিত্ৰ মে-ডাম-মেফি পালন কৰা হয় সেইদিনাই পাটসাঁকো বাইলুং গাঁৱৰ দেওঁশালত অনুস্থিত হোৱা মে-ডাম-মেফি মঞ্চতে ফাউণ্ডেশ্যনৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাখনত সভাপতিত্ব কৰে সমাজকৰ্মী […]

কিয় একাংশ সংগঠনতকৈ ব্যতিক্ৰমী লেংডন ফাউণ্ডেশ্যন!

‘গছ থাকিলেহে মানুহ থাকিব’ কেৱল গছ ৰুলেই নহয় তাক প্ৰতিপালন কৰাৰো প্ৰয়োজনীয়তা আছে আজি বিশ্ব পৰিৱেশ দিৱস। প্ৰকৃতি অবিহনে জীৱন সম্ভৱ নহয়৷ প্ৰাকৃতিৰ ভাৰসাম্য অতুট ৰখাৰ বাবে গছপুলি ৰোপণ কৰাৰ প্ৰয়োজনীয়তা আছে। বিশ্ব পৰিৱেশ দিৱসৰ উপৰিও বিভিন্ন সময়ত একাংশ সংগঠনে বৃক্ষৰোপনৰ কাৰ্য্যসূচী হাতত লোৱা পৰিলক্ষিত হয়। কিন্তু কেৱল চমক সৃষ্টি কৰাত ব্যস্ত থকা একাংশ সংগঠনে […]