আজি কালী পূজা-দীপাৱলী

আজি কালী পূজা আজিৰ দিনটোতেই পালন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী পোহৰৰ উৎসৱৰ উপলক্ষে মহানগৰীৰ বজাৰতো উপলব্ধ হৈছে মাটিৰ চাকি, কলগছ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ বিষাদৰ মাজতো পোহৰৰ উৎসৱৰ প্ৰস্তুতি ৰাজ্যবাসীৰ দীপাৱলীত আতচবাজিৰ পৰিৱৰ্তে পোহৰৰ উৎসৱত গুৰুত্ব দিছে ৰাজ্যবাসীয়ে পোহৰৰ উৎসৱৰ উপলক্ষে মহানগৰীৰ বজাৰতো উপলব্ধ হৈছে মাটিৰ চাকি, কলগছ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত দগ্ধ […]

কঙালীও হ’ব পাৰে ভোগালী

ৰেখা বৰগোহাঁই অসমীয়াই উদযাপন কৰা তিনিটা কৃষিভিত্তিক উৎসৱ বিহুৰ এটা অন্যতম হৈছে কাতি বিহু।কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। কাৰণ আহিন- কাতি মাহত অসমীয়া মানুহৰ ধানৰ ভঁৰাল প্ৰায়ে উদং হয়। বছৰটোলৈ কৰা খেতিৰ পৰা পোৱা ফচল এই দুমাহত উদং হোৱাৰ ফলত অসমীয়াই বহু বেছি আয়োজন কৰি বিহুটো পালন কৰিব নোৱাৰা কাৰণেই কাতি বিহুক কঙালী […]

এজোপা বিস্ময়কৰ গছ – বাখৰ বেঙেনা

–ৰেখা বৰগোহাঁই শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত বকতা মৌজাৰ মধ্যভাগত এজোপা অতি বিস্ময়কৰ তথা ৰহস্যজনক গছ আছে ।নাম ‘বাখৰ বেঙেনা’ গছ। শিৱসাগৰ সদৰৰ পৰা ইয়াৰ দূৰত্ব প্রায় ২৫ কিলোমিটাৰ। বৰ্তমান এই গছজোপাৰ বিষয়ে নুশুনা লোক খুব কমেই ওলাব। বাখৰবেঙেনা এজোপা চুটি-চাপৰ, কাঁইটীয়া গুল্মজাতীয় উদ্ভিদ। সাধাৰণতে বেঙেনা বুলি কওঁতে আমি যিবিধ গছৰ বিষয়ে জানো সেইবিধ […]

জুবিন গাৰ্গৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰ

জুবিন গাৰ্গৰ দুই PSO নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক গ্ৰেপ্তাৰCJM আদালতলৈ লৈ যোৱা হৈছে দুই PSOকআজি চতুৰ্থ দিনৰ বাবে SITৰ জেৰাৰ সন্মুখীন হৈছিল জুবিন গাৰ্গৰ দুয়োগৰাকী PSOইতিমধ্যে চাকৰিৰ পৰা নিলম্বন কৰা হৈছিল দুয়োকেনন্দেশ্বৰ বৰাৰ একাউণ্টৰ পৰা ৭০ লাখ টকা আৰু পৰেশ বৈশ্যৰ একাউণ্টৰ পৰা ৪০ লাখ টকাৰ লেনদেন পাইছিল SITএগ্ৰেপ্তাৰৰ সংখ্যা ৭ জনলৈ বৃদ্ধি

তাই আহোমসকলৰ সামাজিক নিয়ম

ৰেখা বৰগোহাঁই চাওঁলুং ছ্যুকাফাৰ নেতৃত্বত এদল তাই লোক ১২২৮ খ্ৰীঃত নতুন ৰাজ্যৰ গঢ়াৰ উদ্দেশ্যেই সৌমাৰত প্ৰৱেশ কৰিছিল। সেইসময়ত তেওঁলোক আছিল এটা স্বতন্ত্র জাতি। তেওঁলোকৰ আছিল পৃথক ভাষা, সভ্যতা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু ধৰ্ম। সৌমাৰত নতুন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছত তাইসকলে দিয়া-লোৱাৰ প্ৰথা গ্রহণ কৰিছিল। ফলত লাহে লাহে তেওঁলোকে অসমীয়া সভ্যতা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ লগত মিলি যাবলৈ ধৰিলে। […]

ভগৱান গণেশক প্ৰতিষ্ঠাৰ সময়, শুভ মূহুৰ্ত কেতিয়া জানি লওঁক

প্ৰতিবছৰে গণেশ চতুৰ্থী উৎসৱ ভগৱান গণেশৰ জন্ম বাৰ্ষিকী হিচাপে অতি উৎসাহ আৰু আড়ম্বৰেৰে পালন কৰা হয়। এই উৎসৱ ১০ দিন ধৰি চলি থাকে। ভগৱান গণেশৰ মূৰ্তি স্থাপনৰ পৰা এই উৎসৱ আৰম্ভ হয়।প্ৰতিবছৰে গণেশ চতুৰ্থী উৎসৱ ভগৱান গণেশৰ জন্ম বাৰ্ষিকী হিচাপে অতি উৎসাহ আৰু আড়ম্বৰেৰে পালন কৰা হয়। এই উৎসৱ ১০ দিন ধৰি চলি থাকে। ভগৱান […]

লংকালৈ যিয়ে যায় সিয়েই ৰাৱণ হয়

ৰেখা বৰগোহাঁই অসমীয়াত এষাৰ আপ্তবাক্য আছে যে ‘লংকালৈ যিয়ে যায় সিয়েই ৰাৱণ হয়।’ আজিকালি কিন্তু সঘনাই এই বাক্যশাৰী বিভিন্ন ৰাজনৈতিক নেতা-পালিনেতা আৰু দল-সংগঠনৰ নেতা-পালিনেতাৰ ক্ষেত্ৰত খাপ খাই পৰা দেখা গৈছে। যদি কোনো এজন লোক কোনো ৰাজনৈতিক দলত যোগ দি ৰাজনীতিক হিচাপে স্বীকৃতি পোৱাৰ পাছত সেই লোকজনে নিজৰ ভৰিৰ তলৰ মাটি আৰু মূৰৰ ওপৰৰ আকাশখন চিনি […]

আমি বাৰু শিপা হেৰুৱাইছোঁ নেকি?

ৰেখা বৰগোহাঁই ‘শিপা’ যিমানেই গভীৰ আৰু মজবুত হয় সিমানেই এটা জাতিৰ আয়ুসৰেখা বৃদ্ধি পায়। শিপাৰ পৰা বিচ্ছিন্ন হ’লে শিপাহীন এটা জাতি অস্তিত্বহীন হৈ পৰে। আৰু অতি সোনকালে জাতিটো মৃত্যুমুখত পৰে। বিভিন্ন জাতি-ধর্ম-বর্ণ নির্বিশেষে গঢ় লৈ উঠিছে অসমীয়া বৃহৎ জাতি। বিভিন্ন ভাষা-ভাষী, বিশ্বাস-পৰম্পৰা, সাজপাৰ, ৰীতি-নীতি আদিৰে গঢ় লৈ উঠিছে অসমীয়া সমাজ। যুগ যুগ ধৰি দিয়া-লোৱাৰ প্ৰথাৰে, […]

সন্দেহ বৈবাহিক জীৱনৰ বৰবিহ

ৰেখা বৰগোহাঁই আমাৰ সমাজৰ সকলোবিলাক সম্পৰ্কৰ স্বামী-স্ত্ৰীৰ সম্পৰ্কটোৱে হ’ল আটাইতকৈ স্পৰ্শকাতৰ, ঠুনুকা আৰু সংবেদনশীল। এইটো সম্পৰ্কত এডাল সূতাৰ সমানো ব্যৱধান নাথাকে। মাথোঁ থাকে দুটা ভিন্ন শৰীৰৰ হ’লেও দুটা মন এক হৈ জীৱনৰ সকলো সময়তে আগবাঢ়ি যোৱাৰ সংকল্প। স্বামী-স্ত্ৰীৰ সম্পৰ্ক ইমানেই গভীৰ যে হাজাৰ কালধুমুহা আহিলেও ভাঙি-ছিঙি নাযায়, অথচ কেতিয়াবা ই ইমানেই ঠুনুকা হৈ পৰে যে […]

গভীৰ সংকটৰ গৰাহত অসমৰ ৩৭৪ বিধ দুষ্প্রাপ্য প্ৰাণীৰ প্ৰজাতি, জীৱ-বৈচিত্র্য পৰিষদৰ তালিকাত ভয়ংকৰ তথ্য

ভঁৰালস্বৰূপ তথা অনুপম প্ৰকৃতিৰ ৰম্যভূমি নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু সোণাই-ৰূপাই অভয়াৰণ্যকে ধৰি সমগ্ৰ উত্তৰ অসমৰ কেইবাখনো সংৰক্ষিত বনাঞ্চলৰ অস্তিত্বৰ প্ৰতি অবাধ বেদখলে গভীৰ অসমৰ ৩৭৪ বিধ দুষ্প্রাপ্য প্ৰাণীৰ প্ৰজাতিলৈ সংকট নমাই আনিছে। একেদৰে ৰাজ্যৰ আন প্ৰান্ততো বন, জলাশয় আৰু পাহাৰ ধ্বংসযজ্ঞই জীৱকূলৰ প্ৰতি ভয়ংকৰ ভাবুকিৰ সৃষ্টি কৰিছে। অসম চৰকাৰৰ বন আৰু পৰিৱেশ বিভাগৰ অকর্মণ্যতাৰ পৰিণতিত […]

  • 1
  • 2