আজি কালী পূজা-দীপাৱলী

আজি কালী পূজা আজিৰ দিনটোতেই পালন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী পোহৰৰ উৎসৱৰ উপলক্ষে মহানগৰীৰ বজাৰতো উপলব্ধ হৈছে মাটিৰ চাকি, কলগছ প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ বিষাদৰ মাজতো পোহৰৰ উৎসৱৰ প্ৰস্তুতি ৰাজ্যবাসীৰ দীপাৱলীত আতচবাজিৰ পৰিৱৰ্তে পোহৰৰ উৎসৱত গুৰুত্ব দিছে ৰাজ্যবাসীয়ে পোহৰৰ উৎসৱৰ উপলক্ষে মহানগৰীৰ বজাৰতো উপলব্ধ হৈছে মাটিৰ চাকি, কলগছ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত দগ্ধ […]

এজোপা বিস্ময়কৰ গছ – বাখৰ বেঙেনা

–ৰেখা বৰগোহাঁই শিৱসাগৰ জিলাৰ ডিমৌ বিধানসভা সমষ্টিৰ অন্তৰ্গত বকতা মৌজাৰ মধ্যভাগত এজোপা অতি বিস্ময়কৰ তথা ৰহস্যজনক গছ আছে ।নাম ‘বাখৰ বেঙেনা’ গছ। শিৱসাগৰ সদৰৰ পৰা ইয়াৰ দূৰত্ব প্রায় ২৫ কিলোমিটাৰ। বৰ্তমান এই গছজোপাৰ বিষয়ে নুশুনা লোক খুব কমেই ওলাব। বাখৰবেঙেনা এজোপা চুটি-চাপৰ, কাঁইটীয়া গুল্মজাতীয় উদ্ভিদ। সাধাৰণতে বেঙেনা বুলি কওঁতে আমি যিবিধ গছৰ বিষয়ে জানো সেইবিধ […]

তাই আহোমসকলৰ সামাজিক নিয়ম

ৰেখা বৰগোহাঁই চাওঁলুং ছ্যুকাফাৰ নেতৃত্বত এদল তাই লোক ১২২৮ খ্ৰীঃত নতুন ৰাজ্যৰ গঢ়াৰ উদ্দেশ্যেই সৌমাৰত প্ৰৱেশ কৰিছিল। সেইসময়ত তেওঁলোক আছিল এটা স্বতন্ত্র জাতি। তেওঁলোকৰ আছিল পৃথক ভাষা, সভ্যতা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতি আৰু ধৰ্ম। সৌমাৰত নতুন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছত তাইসকলে দিয়া-লোৱাৰ প্ৰথা গ্রহণ কৰিছিল। ফলত লাহে লাহে তেওঁলোকে অসমীয়া সভ্যতা, আচাৰ-ব্যৱহাৰ, ৰীতি-নীতিৰ লগত মিলি যাবলৈ ধৰিলে। […]

জনপ্ৰতিনিধিৰ যোগ্যতা নিৰূপণ কৰক

আমি প্রত্যেকেই যিকোনো চাকৰিত নিযুক্তি পোৱাৰ প্রাকমুহূৰ্তত একো একোটা যোগ্যতা নিৰূপণ পৰীক্ষাত অৱতীর্ণ হওঁ। যিজনে চাকৰিটোৰ বাবে নির্ধাৰিত কৰি দিয়া যোগ্যতা অর্জন কৰে, সেইজনকে বিভাগটোৰে চাকৰিত নিযুক্তি প্রদান কৰে। সেয়া উচ্চ পর্যায়ৰ পদবীয়ে হওক বা একেবাৰে নিম্ন পর্যায়ৰ পিয়ন, চকীদাৰৰ দৰে পদবীয়ে হওক। আই এ এছ, আই পি এছ, এ চি এছ আদি পৰীক্ষাত অৱতীৰ্ণ […]

অসমীয়াই নিজক চিনাৰ সময় সমাগত

ৰেখা বৰগোহাঁই তাহানিতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে ” আমি অসমীয়া নহওঁক দুখীয়া, কিহৰ দুখীয়া হম, সকলো আছিল সকলো আছে,নুবুজো নলওঁ গম।” সৌ সিদিনা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাও গীতৰ জৰিয়তে সকিয়াই গৈছে -” আমি অসমীয়া নহও দুখীয়া বুলি সান্ত্বনা লভিলে নহ’ব , আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।” সচাঁকৈয়ে আজি অসমীয়াই এনে কথাবোৰ কিমান […]

গৰমত কিদৰে নিজক সুৰক্ষিত ৰাখিব জানি লওঁক,,,

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। প্ৰচণ্ড গৰমত স্বাস্থ্যৱান হৈ থাকিবলৈ শৰীৰৰ বাবে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন। গ্ৰীষ্মকালত শৰীৰটো হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। শৰীৰটো হাইড্ৰেটেড কৰি ৰাখিবলৈ প্ৰতিদিনে দিনে কমেও ৮-১০ গিলাচ পানী খাব লাগে। শৰীৰটো শীতল ৰাখিবৰ বাবে গৰমৰ দিনত নেমুৰ ৰসৰ সৈতে নিমখ-চেনী মিহলি কৰি পানী খোৱাটো অতি উপকাৰী। আপোনাৰ দৈনিক আহাৰত ফল যোগ […]

চৰৰ মানুহে লোকপিয়লত মাতৃভাষা অসমীয়া বুলি নিলিখিলে অসমীয়া সংখ্যালঘুত পৰিণত হব নেকি?

অসমীয়াক সংখ্যালঘু কৰিম বুলি ABMSUএ দিয়া ভাবুকিৰ সন্দৰ্ভত কি ক’লে উৎপল শৰ্মাই – কোনোবা অসমীয়া বিৰোধী সংগঠন অসমীয়া বিৰোধী নেতাই কি বক্তব্য ৰাখিছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মই প্ৰয়োজন বোধ কৰা নাই’‘লোকপিয়লত মাতৃভাষা অসমীয়া নিলিখিলে অসমীয়া সংখ্যালঘুত পৰিণত হৈ যাব এই ব্লেক মেইলিং বহু দশক ধৰি কৰি অহা হৈছে’‘একাংশ লোক আছে যি বিচাৰে অসমীয়া জাতিটো […]