গৰমত কিদৰে নিজক সুৰক্ষিত ৰাখিব জানি লওঁক,,,

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। প্ৰচণ্ড গৰমত স্বাস্থ্যৱান হৈ থাকিবলৈ শৰীৰৰ বাবে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন। গ্ৰীষ্মকালত শৰীৰটো হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। শৰীৰটো হাইড্ৰেটেড কৰি ৰাখিবলৈ প্ৰতিদিনে দিনে কমেও ৮-১০ গিলাচ পানী খাব লাগে। শৰীৰটো শীতল ৰাখিবৰ বাবে গৰমৰ দিনত নেমুৰ ৰসৰ সৈতে নিমখ-চেনী মিহলি কৰি পানী খোৱাটো অতি উপকাৰী। আপোনাৰ দৈনিক আহাৰত ফল যোগ […]