অসমৰ এক চহকী কুটীৰ শিল্প, ক্ৰমাৎ বিলুপ্তিৰ দিশে জাপি শিল্প

অসমীয়া লোক সংস্কৃতিত জাপিৰ এক সুকীয়া পৰিচয় আছে। গামোচাৰ লগতে জাপিও অসমীয়াৰ বাবে আৱেগ আৰু জাপিৰ লগত আছে এক এৰাব নোৱাৰা সম্পর্ক। অসমীয়া কৃষিজীৱী লোকৰ এক সম্পদ হ’ল জাপি, যিয়ে খেতিপথাৰত ৰ’দ-বৰষুণৰ পৰা কৃষকক ৰক্ষা কৰি আহিছে। আধুনিকতাৰ পৰশ নোপোৱাৰে পৰা অসমৰ খেতিপথাৰৰ লগতে বিহু, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, আৰু ঘৰৱা সাজ-সজ্জাত জাপিৰ ব্যৱহাৰ হৈ আহিছে। […]

জনপ্ৰতিনিধিৰ যোগ্যতা নিৰূপণ কৰক

আমি প্রত্যেকেই যিকোনো চাকৰিত নিযুক্তি পোৱাৰ প্রাকমুহূৰ্তত একো একোটা যোগ্যতা নিৰূপণ পৰীক্ষাত অৱতীর্ণ হওঁ। যিজনে চাকৰিটোৰ বাবে নির্ধাৰিত কৰি দিয়া যোগ্যতা অর্জন কৰে, সেইজনকে বিভাগটোৰে চাকৰিত নিযুক্তি প্রদান কৰে। সেয়া উচ্চ পর্যায়ৰ পদবীয়ে হওক বা একেবাৰে নিম্ন পর্যায়ৰ পিয়ন, চকীদাৰৰ দৰে পদবীয়ে হওক। আই এ এছ, আই পি এছ, এ চি এছ আদি পৰীক্ষাত অৱতীৰ্ণ […]

অসমীয়াই নিজক চিনাৰ সময় সমাগত

ৰেখা বৰগোহাঁই তাহানিতে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে ” আমি অসমীয়া নহওঁক দুখীয়া, কিহৰ দুখীয়া হম, সকলো আছিল সকলো আছে,নুবুজো নলওঁ গম।” সৌ সিদিনা সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাও গীতৰ জৰিয়তে সকিয়াই গৈছে -” আমি অসমীয়া নহও দুখীয়া বুলি সান্ত্বনা লভিলে নহ’ব , আজি অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব।” সচাঁকৈয়ে আজি অসমীয়াই এনে কথাবোৰ কিমান […]

গৰমত কিদৰে নিজক সুৰক্ষিত ৰাখিব জানি লওঁক,,,

প্ৰচণ্ড গৰমে দহিছে ৰাজ্য। প্ৰচণ্ড গৰমত স্বাস্থ্যৱান হৈ থাকিবলৈ শৰীৰৰ বাবে বিশেষ যত্ন লোৱাৰ প্ৰয়োজন। গ্ৰীষ্মকালত শৰীৰটো হাইড্ৰেটেড কৰি ৰখাটো অতি গুৰুত্বপূৰ্ণ। শৰীৰটো হাইড্ৰেটেড কৰি ৰাখিবলৈ প্ৰতিদিনে দিনে কমেও ৮-১০ গিলাচ পানী খাব লাগে। শৰীৰটো শীতল ৰাখিবৰ বাবে গৰমৰ দিনত নেমুৰ ৰসৰ সৈতে নিমখ-চেনী মিহলি কৰি পানী খোৱাটো অতি উপকাৰী। আপোনাৰ দৈনিক আহাৰত ফল যোগ […]

মৈদামৰ বিষয়ে জানে নে?

ছশ বছৰ ৰাজত্ব কৰা আহোমসকলৰ চহকী স্থাপত্য কলাসমূহৰ ভিতৰত অন্যতম হ’ল মৈদাম সমূহ। ‘মৈদাম’ শব্দটো হৈছে এটা যুৰীয়া টাই ভাষাৰ শব্দ। ইয়াৰ অৰ্থ মৃতদেহৰ ওপৰত দেৱতাৰ মৰ্যদাৰে মাটি জাপি ঢিপ সাজি সমাধিস্থ কৰা। ছশ বছৰ ৰাজত্ব কৰা আহোমসকলৰ চহকী স্থাপত্য কলাসমূহৰ ভিতৰত অন্যতম হ’ল মৈদাম সমূহ। ‘মৈদাম’ শব্দটো হৈছে এটা যুৰীয়া টাই ভাষাৰ শব্দ। ইয়াৰ […]

চৰৰ মানুহে লোকপিয়লত মাতৃভাষা অসমীয়া বুলি নিলিখিলে অসমীয়া সংখ্যালঘুত পৰিণত হব নেকি?

অসমীয়াক সংখ্যালঘু কৰিম বুলি ABMSUএ দিয়া ভাবুকিৰ সন্দৰ্ভত কি ক’লে উৎপল শৰ্মাই – কোনোবা অসমীয়া বিৰোধী সংগঠন অসমীয়া বিৰোধী নেতাই কি বক্তব্য ৰাখিছে তাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ মই প্ৰয়োজন বোধ কৰা নাই’‘লোকপিয়লত মাতৃভাষা অসমীয়া নিলিখিলে অসমীয়া সংখ্যালঘুত পৰিণত হৈ যাব এই ব্লেক মেইলিং বহু দশক ধৰি কৰি অহা হৈছে’‘একাংশ লোক আছে যি বিচাৰে অসমীয়া জাতিটো […]

  • 1
  • 2