PITCHখনৰ পৰা কোনটা দল হ’ব লাভৱান?

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ২২ গজৰ যুঁজত নামিব ভাৰত আৰু নিউজীলেণ্ড। চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ব্যৱহাৰ হ’ব ২৩ ফেব্ৰুৱাৰীত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হোৱা মেচত ব্যৱহাৰ হোৱা PITCH । CRICKBUZZ-এ প্ৰকাশ কৰিছে এই তথ্য।

দুই সপ্তাহ পূৰ্বে ব্যৱহাৰ হোৱা PITCH খনত খেলাৰ সময়ত কি অসুবিধাৰ সম্মুখীন হ’ব দুইয়োটো দল?

বেছিভাগ PITCH ৰ দৰে এই PITCHখনো লেহেমীয়া। এই PITCH খনত খেলাৰ সময়ত স্পিনাৰসকলৰ সহায় হ’ব বুলি আশা কৰা হৈছে।

Leave a comment

Your email address will not be published. Required fields are marked *