ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ চৰমপন্থা কিয়…
শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ ৰহস্যজনক মৃত্যু
প্ৰেমজনিত কাৰণত বিহ খাই চৰমপন্থা জিমি দাসৰ
নিশা বিষাক্ত দ্ৰৱ্য খোৱাৰ পিছত AMCH লৈ নিয়া হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বেই মৃত্যু হয় খেলুৱৈ গৰাকীৰ
ডিব্ৰুগড়ৰ AMCHত মৃত ঘোষণা কৰা হয় খেলুৱৈগৰাকীক
প্ৰেমজনিত কাৰণত বিহপান কৰি চূড়ান্ত সিদ্ধান্ত লোৱা বুলি সন্দেহ কৰিছে মাতৃয়ে
অৱিনাশ দাস নামৰ লোকজনে জিমিক বিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ
শিৱসাগৰৰ চহৰৰ পৰা কিছু নিলগৰ দিচাংমুখ ৰংচাইত ঘৰ আছিল জিমিৰ
উল্লেখ্য যে বিগত বৰ্ষত শিৱসাগৰত হোৱা অসমীয়া-অনা অসমীয়া যুঁজখনৰ কেন্দ্ৰবিন্দু আছিল জিমি দাস
বহিৰাগত লোকে জিমি দাসক মাৰপিট কৰাকলৈ চৰ্চালৈ আহিছিল জিমি দাস




































































