৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ফিলিপাইন

৭.৬ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ’ল ফিলিপাইন

প্ৰবল ভূমিকম্পৰ পাছতে ফিলিপাইনত ভয়ানক চুনামীৰ আশংকা

ভূমিকম্পৰ ফলত এতিয়ালৈকে কমেও ৬৯ জন লোকৰ মৃত্যু আৰু ১৫০ৰো অধিক লোক আহত হৈছে বুলি জানিব পৰা গৈছে

ভূমিকম্পৰ কেন্দ্ৰ আছিল চেবু প্ৰদেশৰ উপকূলৰ ওচৰত

ভূমিকম্পৰ ফলত ধ্বংসস্তুপত পৰিগত হৈছে বহু ঘৰ-দুৱাৰ, দলং আৰু গীৰ্জা

সম্প্ৰতি উদ্ধাৰ অভিযান চলি আছে, আৰু এতিয়াও ধ্বংসস্তূপৰ তলত বহু লোক আৱদ্ধ হৈ থকাৰ সম্ভাৱনা

Leave a comment

Your email address will not be published. Required fields are marked *