মুছলমান লোকে প্ৰৱেশ কৰিব নোৱাৰিব আমেৰিকাত!

১২ খন দেশৰ নাগৰিকৰ আমেৰিকা ভ্ৰমণত নিষেধাজ্ঞা আৰোপ ট্ৰাম্পৰ

১২ খনকৈ ইছলামিক দেশৰ ওপৰত এক্সন ট্ৰাম্পৰ।

আফগানিস্তান, ম্যানমাৰ, চাড, কংগো, গিনি, ইৰিত্ৰিয়া, হাইটি, ইৰাণ, লিবিয়া, ছোমালিয়া, চুডান আৰু য়েমেনৰ নাগৰিকৰ প্ৰৱেশ নিষিদ্ধ আমেৰিকাত।

বুৰুণ্ডি, কিউবা, লাওছ, ছিয়েৰা লিয়ন, ট’গো, তুৰ্কমেনিস্তান আৰু ভেনিজুৱেলাৰ সাতখন দেশৰ ভ্ৰমণকাৰীৰ ওপৰতো আংশিক নিষেধাজ্ঞা আৰোপ কৰিছে ট্ৰাম্পে

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে ট্ৰাম্পে

৯ জুন, সোমবাৰৰ পৰা কাৰ্যকৰী হ’ব এই নিয়ম। এই ঘোষণা কৰিছে হোয়াইট হাউছে।

Leave a comment

Your email address will not be published. Required fields are marked *