কাৰাগাৰৰ পৰা ওলাই কি ক’লে শংকৰজ্যোতিয়ে?
মুকলি আকাশৰ তললৈ শংকৰজ্যোতি বৰুৱা
জামিনৰ পিছতে জে’লৰ পৰা ওলাল শংকৰজ্যোতি বৰুৱা
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ওলাল প্ৰাক্তন আছু নেতাগৰাকী
সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছিল শংকৰজ্যোতিৰ
৩০ হাজাৰ টকাৰ বেইল বণ্ডৰ বিনিময়ত অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল শংকৰজ্যোতিয়ে
১৯ মে’ত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল শংকৰজ্যোতি বৰুৱাক
দুলীয়াজানৰ মাৰপিটৰ গোচৰত অভিযুক্ত আছিল শংকৰজ্যোতি