পাকিস্তানৰে সম্পৰ্ক আছে নেকি সাংসদ গৌৰৱ গগৈৰ পত্নীৰ?
সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক’লবাৰ্ণৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই আৰম্ভ হৈছে এক তদন্ত।

দিল্লীত ক্ষিপ্ৰগতিত চলিছে SITৰ তদন্ত।
সাংসদ গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তানৰে সম্পৰ্ক সন্দৰ্ভত JNU ৰ অধ্যাপক অনিৰ্বান গাংগুলীৰ লগতে পত্নী ড° নুপূৰ বৰুৱাকো জেৰা SITৰ।

ব্ৰিটিছ দূতাবাসৰ দুই বিষয়াকো জেৰা SITৰ।
২০২৪ চনলৈকে এলিজাবেথ গৈছিল পাকিস্তানলৈ
এই তথ্য লাভ কৰিছে SITয়ে তদন্তত