আজি কালী পূজা-দীপাৱলী

আজি কালী পূজা


আজিৰ দিনটোতেই পালন কৰা হ’ব পোহৰৰ উৎসৱ দীপাৱলী


পোহৰৰ উৎসৱৰ উপলক্ষে মহানগৰীৰ বজাৰতো উপলব্ধ হৈছে মাটিৰ চাকি, কলগছ

প্ৰিয় শিল্পীগৰাকীক হেৰুৱাৰ বিষাদৰ মাজতো পোহৰৰ উৎসৱৰ প্ৰস্তুতি ৰাজ্যবাসীৰ


দীপাৱলীত আতচবাজিৰ পৰিৱৰ্তে পোহৰৰ উৎসৱত গুৰুত্ব দিছে ৰাজ্যবাসীয়ে


পোহৰৰ উৎসৱৰ উপলক্ষে মহানগৰীৰ বজাৰতো উপলব্ধ হৈছে মাটিৰ চাকি, কলগছ


প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল বিয়োগত দগ্ধ ৰাজ্যবাসীয়ে আধ্যাত্মিক ৰীতি-নীতি, চিন্তা- চেতনা আৰু ভক্তিক সৰোগত কৰিয়েই দীপাৱলী উদযাপন কৰিবলৈ প্ৰস্তুত হৈছে

Leave a comment

Your email address will not be published. Required fields are marked *