পৃথিৱীৰ কেইখনমান সূৰ্য উদয় আৰু অস্ত নোহোৱা দেশ
আমাৰ পৃথিৱীয়ে নিজ কক্ষ পথত এপাক ঘূৰিবলৈ 24 ঘণ্টা সময় লয় আৰু তাৰ ফলস্বৰূপে ইয়াত দিন আৰু ৰাতি হয়।
সূৰ্য উদয় হয় দিনৰ আৰম্ভ হয় আৰু সূৰ্য অস্ত গৈ ৰাতিৰ আৰম্ভ হয়। ই এক প্ৰাকৃতিক পৰিঘটনা।যাক আমি সদায় পৰিলক্ষিত কৰি আছো।
কিন্তু পৃথিৱীত এনে কিছুমান ঠাই আছে যত 24 ঘণ্টাই দিন হয় থাকে আৰু কিছুমান ঠাইত 24 ঘণ্টাই ৰাতি হয় থাকে।
ই এক অতি ৰহস্যজনক ঠাই যাক চাবলৈ পৃথিৱীৰ সকলো ঠাইৰ পৰ্যটক আহে। আৰু এই দৃশ্য প্ৰদৰ্শন কৰে।
ইয়াৰ কাৰণ এই ঠাইৰ সমূহ #Arctic Cirlce ৰ ভিতৰত অৱস্থিত।#Arctic Circle ৰ ভিতৰত অৱস্থিত এনে কিছুমান ঠাই আছে যত বছৰৰ বহু সপ্তাহ 24 ঘণ্টাই সূৰ্য দেখা নাযায় নতুবা কিছু সময়ৰ বাবেহে সূৰ্য দেখা যায় আৰু তাৰ বিপৰীতে এনে কিছুমান ঠাই আছে যত মগজুৰি ৰাতি নহয় মাথোঁ কিছু সময়ৰ বাবে ৰতি হয়।
এই স্থিতিক #Polar day আৰু #Ploar Night বুলি কোৱা হয়।
এনে কিছুমান ঠাই হৈছে
1)#Norway-ই ইউৰোপ মহাদ্বীপ ৰ অন্তৰ্গত এখন দেশ। এই ঠিক মধ্য ৰাত্রী ৰ দেশ বুলি জনা যায়।ইয়াত #may ৰ পৰা #july ৰ ভাগত 75 দিনত মাত্ৰ 4 ঘণ্টাৰ বাবেহে সূৰ্য দেখা যায়।। মধ্য ৰাত্রীৰ কিছু সময়ৰ বাবেহে সূৰ্য দেখা যায়।
এই ৰহস্যময়ী মনোমোহা দৃশ্য চাবলৈ পৃথিৱীৰ বহু পৰ্যটক ইয়ালৈ আহে।
2)#Iceland–ইউৰোপৰ Iceland ত may ৰ পৰা july সময় চোৱাত সূৰ্যাস্ত নহয় মাথোঁ #Arctic_summer ত সূৰ্য মাজনিশা ডুব যায় আৰু 3 মান বজাত পুনৰ সূৰ্য উদয় হয়।।
মাথোঁ দুই তিনি ঘণ্টা সময়ৰ বাবে সূৰ্য ডুব যায় ৰাত্রী হয়।
3)#Canada–এনেকুৱা এখন দেশ যত ১২ মাহ জুৰি বৰফৰ দ্বাৰা আবৃত হয় থাকে,আৰু ইয়াৰ উত্তৰ-পশ্চিম অঞ্চলত গৰমৰ দিনত ইয়াত 50 তা দিনলৈ সূৰ্য উদয় নহয়।
4)#Sweden-ইউৰোপ মহাদ্বীপ ৰ উত্তৰ #Scandinavia ক্ষেত্ৰৰ অন্তৰ্গত এখন দেশ,এই ঠাইত সূৰ্য মাত্ৰ 20 ঘণ্টা জুৰি দেখা যায়,ইয়াৰ অৰ্থ ৰাতি 12 বজাত সূৰ্য ডুব যায় আৰু 4 বজাত পুনৰ উদয় হয়।
আৰু এনেকুৱা কেইখন মান ঠাই আছে যেনে-#Finland আৰু #Alska।