GMCHত কেনেদৰেসংঘটিত হৈছিল অগ্নিকাণ্ড?
GMCHত ভয়ংকৰ অগ্নিকাণ্ড
ৰোগী আৰু জনতাৰ মাজত হাহাকাৰ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অস্থিশৈল্য বিভাগত অগ্নিকাণ্ড
বিভাগৰ মাইনৰ অ’পাৰেছন থিয়েটাৰত শ্বৰ্ট ছাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত
অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত নিৰ্বাপিত হয় জুই
ধোঁৱাই চানি ধৰিছিল চিকিৎসালয়খনৰ এটা এলেকা